যান-বাহন চলোৱা ব্যক্তিসকলৰ বাবে প্ৰস্তুত কৰা হৈছে নতুন আইন : আইন অমান্য কৰিলে ভৰিব লাগিব পূৰ্বৰ তুলনাত অধিক জৰিমনা
নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ আগষ্ট : যানবাহন আইনক সংশোধন কৰি প্ৰস্তুত কৰা হৈছে নতুন আইন মটৰ ভেহিচেলছ । বুধবাৰে ৰাজ্যসভাত গৃহীত হ’ল মটৰ ভেহিচেলছ । বুধবাৰে আইনখনৰ সপক্ষে ৰাজ্যসভাত ১০৮ টা ভোট পৰিছে । চালকৰ অনুজ্ঞাপত্ৰ বনোৱাৰ সময়ত প্ৰযোজ্য …