কংগ্ৰেছ দলে ৰাজ্যত ১০ খন আসন পাব – সমষ্টিৰ আব্দুল খালেক

নলবাৰী, সংবাদ ৩৬৫,৭ এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত হ’ব লগা বৰপেটা লোকসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে । ৬ নং বৰপেটা লোকসভা সমষ্টিটোৰ অন্তৰ্গত ধৰ্মপুৰত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকে আজি …

ঐক্য সেনা অসমৰ বৃহৎ যোগদান কাৰ্যসূচী

গুৱাহাটী, সংবাদ ৩৬৫, ৭ এপ্ৰিল : দেওবাৰে দিনৰ ২ বজাত জি এচ ৰোডত অৱস্হিত হোটেল গ্ৰেন্ড ষ্টাৰ লাইনত অসমৰ ভিন্ন স্হানৰ প্ৰায় ছয় শতাধিক যুৱক যুৱতীয়ে ঐক্য সেনা অসমত যোগদান কৰে। বিগত সময়চোৱাত অসমীয়া ৰাইজৰ প্ৰতিটো সমস্যা সমধানৰ ক্ষেত্ৰত দৃঢ়তাৰে …

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পৰা টকা লোৱাৰ প্রমাণ দিবলৈ প্ৰত্যাহ্বান অখিল গগৈৰ : কোনোবাই প্ৰমাণ দিব পাৰিলে কে এম এছ এছৰ পৰা অব্যাহতি ল’বলৈ সাজু

গুৱাহাটী, সংবাদ ৩৬৫, ৭ এপ্ৰিল : কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পৰা টকা লোৱাৰ অভিযোগ অস্বীকাৰ কৃষক নেতা অখিল গগৈৰ। দেওবাৰে নিজ বাসগৃহত সংবাদমেল অনুষ্ঠিত কৰি হিৰণ্য পাঠৰিক অখিল গগৈয়ে অভিযোগ প্ৰমান কৰিবলৈ আহ্বান জনায়। আনহাতে, ছাত্ৰ মুক্তি …

আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন তুৰাবাসীৰ

বকো, সংবাদ ৩৬৫, ৭ এপ্ৰিল : অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম চৰনত লোকসভা নিৰ্বাচনৰ বাবে চুবুৰীয়া মেঘালয় ৰাজ্যৰ তুৰা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ ক্ষিপ্ৰ হৈ উঠিছে। মূলতঃ কংগ্ৰেছ আৰু এন পি পি দলৰ মাজত হবলগীয়া এই নিৰ্বাচনী যুঁজত দুয়ো …

কেব বিৰোধী শক্তিক ভোট দিয়াৰ আহ্বান এ আই ইউ ডিএফৰনগাঁও, সংবাদ

নগাঁও, সংবাদ ৩৬৫, ৬ এপ্ৰিল : নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনকাৰী কোনো দল শক্তিশালী হোৱাটো এ আই ইউ ডিএফে কেতিয়াও নিবিচাৰে। কাৰণ এই শক্তি সদায় অসম বিৰোধী। সেয়ে সমাগত লোকসভা নিৰ্বাচনত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক পৰাভূত কৰি কেব’ বিৰোধী শক্তিক নিৰ্বাচিত কৰিবৰ …

নগাঁৱত কংগ্ৰেছত ব্যাপক খহনীয়া : জিলা পৰ্যায়ৰ একাধিক জেষ্ঠ নেতাসহ দুই সহস্ৰাধিক বিজেপিত যোগদান

নগাঁও, সংবাদ ৩৬৫, ৬ এপ্ৰিল : নগাঁও সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকী এমাহৰ বাবে আহিছে আৰু আজি দুই সহস্ৰাধিক কংগ্ৰেছ কৰ্মী চিৰ দিনৰ কাৰণে বিজেপিত যোগদান কৰিছে। – এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। শনিবাৰে বিজেপিৰ নগাঁও জিলা কাৰ্যালয়ত …

ইউ পি এছ চিৰ ফলাফলত ৬৪৫ স্থানত উজ্বলিল বৰঝাৰৰ তাপশ বসুমতাৰী

গুৱাহাটী, সংবাদ ৩৬৫, ৬ এপ্ৰিল : সংযুক্ত লোকসেৱা আয়োগ চমুকৈ ইউ পি এছ চিৰ সদ্যঘোষিত ফলাফলত অসমৰ বহুকেইগৰাকী মেধাৱীয়ে সাফল্য বুটলিবলৈ সক্ষম হল । অসামৰিক আৰু অন্যান্য ক্ষেত্ৰৰ প্ৰতিযোগিতামূলক ফলাফলৰ ৬৪৫ স্থানত উজ্জ্বলিল বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বুল্লাৰ তাতিপাৰাৰ ভৱেন …

মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ সমীপত জালনোটসহ গ্ৰেপ্তাৰ তিনি যুৱক

গুৱাহাটী, সংবাদ ৩৬৫, ৬ এপ্ৰিল : কিছুদিন আগতে আগন্তুক লোকসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগে বিশেষ নিৰ্দেশনা জাৰি কৰিছিল। নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে কোনো ৰাজনৈতিক দলে নিৰ্বাচনত কলা ধন বা নিৰ্বাচন আয়োগে নিৰ্ধাৰিত কৰা ধনৰ পৰিমাণ সীমাতকৈ বেছি …

অখিল গগৈয়ে কংগ্ৰেছৰ পৰা তিনি কোটি আৰু আজমলৰ পৰা এক কোটি টকা লোৱাৰ অভিযোগ হিৰণ্য পাঠৰীৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৬ এপ্ৰিল : নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আগশাৰীৰ নেতা হিৰণ্য পাঠৰীয়ে ভাৰতীয় জনতা পাৰ্টিত গেৰুৱা পোছাক পিন্ধি যোগদান কৰা কাৰ্যই সকলোকে আচম্বিত কৰিছে। উল্লেখযোগ্য যে অনৈতিকভাৱে ধন সংগ্ৰহ, সংবিধান বিৰোধী, …

লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ নিৰ্বাচনী সভাত প্ৰধান্য পাইছে উপ-নিৰ্বাচনৰ প্ৰসংগ

কলগাছিয়া, সংবাদ ৩৬৫, ৬ এপ্ৰিল : বৰপেটা লোকসভাৰ অন্তৰ্গত জনীয়া সমষ্টিৰ বামুণটাৰী বি এড কলেজ চৌহদত শনিবাৰে অনুষ্ঠিত হয় কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ এখন নিৰ্বাচনী সভা। এই সভাত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই প্ৰধান্য পায় জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰসংগ। বৰপেটা …