এজন প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবেই নাম ভৰ্ত্তিৰ পৰা বঞ্চিত অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী
বৰপেটা, সংবাদ ৩৬৫, ৩১ ডিচেম্বৰ: ছাত্র-ছাত্ৰীৰ জীৱনক লৈ হেতালি এজন প্ৰধান শিক্ষকৰ। প্ৰধান শিক্ষকজনৰ গাফিলতিৰ বাবেই প্ৰাথমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী নাম ভৰ্ত্তিৰ পৰা বঞ্চিত হোৱাৰ পথত। ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এই প্ৰধান শিক্ষক গৰাকী হৈছে …