বৰপেটাৰ কাছুমাৰাত জালনোটসহ গ্ৰেপ্তাৰ মহিলা

বৰপেটা, সংবাদ ৩৬৫, ২২ ডিচেম্বৰ: শনিবাৰে বৰপেটা জিলাৰ কাশিমপুৰ গাঁৱৰ বাছিৰণ নেছাই নামৰ এগৰাকী মহিলা জালনোটসহ গ্ৰেপ্তাৰ হয়। ২৬খন জালনোট কলা পলিথিনত মেৰিয়াই গোপনে কাছুমাৰা বজাৰৰ ব্যৱসায়ী এজনৰ ঘৰত থোৱাৰ সময়তে হাতে লোটে আটক হয় ধৃত মহিলা গৰাকী। মহিলা গৰাকীৰ …

পৃথিৱী বিখ্যাত ৰিভাৰ ডলফিনলৈ আহিছে তীব্ৰ সংকট: দক্ষিণ কামৰূপৰ কুকুৰমাৰাত আই টি চি কৰ্তৃপক্ষই বেদখলেৰে নৈৰ বুকুত নিৰ্মান চলাইছে দেৱালৰ কাম

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ২১ ডিচেম্বৰ: দক্ষিণ কামৰূপৰ তেজপুৰত স্থাপন কৰা আই টি চি নামৰ এক বৃহৎ উদ্যোগ প্ৰতিষ্ঠানটোৰ কৰ্মকাণ্ডই চকু কপালত উঠাইছে অঞ্চলটোৰ ৰাইজৰ। উদ্যোগ প্ৰতিষ্ঠানটোৱে দক্ষিণ পশ্চিম দিশেৰে বৈ যোৱা বাথা আৰু কলহী নৈত বেদখল কৰি নৈৰ বুকুত …

বকোৰ বগুৰীগুৰিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ পুত্তলিকা দাহ

বকো, সংবাদ ৩৬৫, ২১ ডিচেম্বৰ: বকোৰ বগুৰীগুৰিত শুক্ৰবাৰে লোক সম্পৰ্ক সেৱাৰ উদ্যোগত বকোৰ বগুৰীগুৰিত কংগ্ৰেছ সমৰ্থকে বিজেপি গ’বেগ, বিজেপি মুৰ্দাবাদ, ৰঞ্জিত দাস মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হয়, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনি দি ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰে ৷ …

কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ চিৰবিদায়

গুৱাহাটী, সংবাদ ৩৬৫, ২১ ডিচেম্বৰ: মৃত্যু চিৰন্তন সত্য। যেনেদৰে জন্ম হয়, ঠিক তেনেদৰে এদিন সকলোৱে এই এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিব লাগিব। আৰু এই জন্ম-মৃত্যুৰ চিৰন্তন সত্যকে প্ৰমাণিত কৰি থৈ গ’ল আমাৰ মাজৰ পৰা কোকিলকণ্ঠী গায়িকা পদ্মশ্ৰী বটাপ্ৰাপ্ত দীপালী বৰঠাকুৰ …

ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত জীৱনক লৈ হেতালি শিক্ষা বিভাগৰ: বৰপেটাৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ দায়িত্বজ্ঞানহীনতা

বৰপেটা, সংবাদ ৩৬৫, ২০ ডিচেম্বৰ: ৰাজ্যৰ শিক্ষা বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত জীৱনক লৈ হেতালি চলায় দায়িত্বজ্ঞানহীনতাৰ কৰ্ম কৰে বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ। বৃহস্পতিবাৰে বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা দুটা গুৰুত্বপূৰ্ণ নথিৰ পেকেট গুৱাহাটীৰ ছেবাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল এগৰাকী …

কৃষক ৰাইজক মাধমাৰ জলসিঞ্চন বিভাগৰ: ভালুকৰ খাঙীত পৰিণত কৌটি টকীয়া গড়কা জলসিঞ্চন প্ৰকল্প: বিভাগীয় মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী স্থানীয় ৰাইজৰ

বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২০ডিচেম্বৰ: উন্নয়নৰ নামত পৰিৱৰ্তনৰ শ্লোগান গোৱা চৰকাৰখনৰ ৰাজ্যৰ ৰাস্তা-ঘাটৰ বিধ্বস্ত ৰূপৰ লগতে হাজাৰটা সমস্যাই গৰকা ৰাজ্যখনৰ ন ন অভিলাষী আচনীয়ে বৰ্তমানেও ঢুকি পোৱা নাই। ভালুকৰ খাঙীত পৰিণত কৌটি টকীয়া গড়কা জলসিঞ্চন প্ৰকল্প। ৰাজ্যৰ …

ডিগবৈ পাঙেৰী বনাঞ্চলত আৰক্ষীৰ গুলিছালনা

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৯ ডিচেম্বৰ: ডিগবৈ পেঙেৰী বনাঞ্চলত ডিগবৈ আৰক্ষী আৰু মহকুমা আৰক্ষী চি আৰ পি এফে এক যুটীয়া অভিযান চলায়। উক্ত অভিযানত এটা চাইনিজ হেন গ্ৰেণেড উদ্ধাৰ কৰে ডিগবৈ আৰক্ষীয়ে। এজন সন্দেহযুক্ত লোকে হাতত গ্ৰেনেড লৈ …

মানকাচৰত শিশু শ্ৰমিকৰ দ্বাৰা কয়লাৰ ৰমৰমীয়া বেহা

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১৯ ডিচেম্বৰ: দ:শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ধানুৱা গাওঁ পঞ্চায়তৰ কুমাৰকাতি গাৰোপাৰাত একাংশ শিশু শ্ৰমিক আৰু মহিলাৰ দ্বাৰা কয়লা খনন কৰাই কোনো অসাধু ব্যৱসায়ীয়ে চলাই আছে কয়লাৰ ৰমৰমীয়া বেহা। জানিব পৰা মতে শালিভুই আৰু গাৰোপাৰা গাঁৱৰ …

বাঘবৰত ভয়াৱহ ট্ৰেক্টৰ দুৰ্ঘটনা

বাঘবৰ, সংবাদ ৩৬৫, ১৯ ডিচেম্বৰ: বাঘবৰ সমষ্টিৰ সত্ৰকণৰা ১৪ নং ছিটত বুধবাৰে বিয়লি এক ভয়ানক ট্ৰেক্টৰ দুৰ্ঘটনা সংঘঠিত হয়। ঘটনা সন্দৰ্ভত জানিব পৰামতে বাঘবৰৰ মিলিজুলি অভিমুখে গৈ থকা এ এছ১৯ চি৮১৯১ নম্বৰৰ ট্ৰেক্টৰ এখনে গৰুৰ পোৱালি এটা বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা …

ৰঙিয়াৰ মাদৈকাটাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অনুষ্ঠান ইস্তেমাৰ প্ৰস্তুতিত সম্প্ৰীতিৰ নিদৰ্শন

ৰঙিয়া, সংবাদ ৩৬৫, ১৮ ডিচেম্বৰ: ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অনুষ্ঠান ইস্তেমাৰ প্ৰস্তুতিৰ বাবে ৰঙিয়াৰ মাদৈকাটাত জাতি-ধৰ্মৰ ভেদাভেদ নোহোৱাকৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে বড়ো আৰু শৰণীয়া লোকসকলে। সাম্প্ৰতিক সময়ত এচামে জাত-পাতৰ ৰাজনীতি কৰি অহাৰ বিপৰীতে শংকৰ-আজানৰ দেশ অসমত সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰাৰ বাবে …