ডিগবৈত কংগ্রেছক বিধস্ত কৰি ডিগবৈ বিধান সভা সমষ্টিৰ পঞ্চায়ত বিজেপিৰ দখলত
ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৪ ডিচেম্বৰ: ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অনুসৰি ডিগবৈ সমষ্টিৰ অন্তৰ্গত ১১খন গাওঁ পঞ্চায়তত কংগ্ৰেছৰ দুৰ্গ খহাই বিজেপিয়ে ডিগবৈ পঞ্চায়ত দখল কৰে । ডিগবৈ বিধান সভা সমষ্টিত ৪০ বছৰে শাসনৰ বাঘজৰি ধৰি ডিগবৈত ১১খনকৈ পঞ্চায়তত …