নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০ টা জাতীয়-জনগোষ্ঠীয় সংঠনৰ সংকল্প যাত্রা-নাৰায়ণপুৰত
নাৰায়ণপুৰ, সংবাদ ৩৬৫, ১৩ নৱেম্বৰ: ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সোমবাৰে নাৰায়ণপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০ টা জাতীয়-জনগোষ্ঠীয় সংঠনে দিছপুৰৰ অভিমুখে সংকল্প যাত্রা আৰম্ভ কৰে। শদিয়া,ধুবুৰীৰ সমান্তৰালকৈ জোনাইৰ পৰা বাহিৰ হোৱা সংকল্প …