এ টি এম কাৰ্ডৰ সবিশেষ বিচাৰি বেংকৰ পৰা ফোন কৰিলে সাৱধান
গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ছেপ্টেম্বৰ: এ টি এম কাৰ্ডৰ সবিশেষ বিচাৰি বেংকৰ পৰা ফোন কৰিলে সাৱধান হোৱাটো জৰুৰী। হাৰিয়ানাৰ দুই যুৱক ক্ৰমে প্ৰবীণ কুমাৰ আৰু মনজিত সিং এই দুই যুৱকে গুৱাহাটীত বাঁহৰ পাতি নিজকে বেংক বিষয়া বুলি পৰিচয় দি বেংক …