এইবাৰ কলকাতাৰ ৰেডিচ্যনত গ্লেমনেশন ট্ৰান্সজেন্ডাৰৰ ৰেম্পত খোজ

কলকাতা, সংবাদ ৩৬৫, ১ ছেপ্টেম্বৰ: যোৱা ২৬ আগষ্ট দেওবাৰে কলকাতাৰ পঞ্চতাৰকা(ফাইভ ষ্টাৰ) হোটেল ৰেডিচ্যনত অনুষ্ঠিত হৈ যায় বছৰৰ অন্যতম ষ্টাইল ষ্টেটমেণ্ট ৰেম্প ৱাক গ্লেমনেশন চিজনৰ। এই অনুষ্ঠানত এইবাৰ মাত্ৰ ভাৰতেই নহয়, চুবুৰীয়া দেশ বাংলাদেশৰ পৰাও প্ৰসিদ্ধ ডিজাইনাৰেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। …

ভৰতপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰমা বৰাক বিদায় সম্বৰ্ধনা

লক্ষীমপুৰ, সংবাদ ৩৬৫, ১ চেপ্টেম্বৰ: লখিমপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ভৰতপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰমা বৰাক যোৱা ৩০ আগষ্টত বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী তথা ছাত্ৰ – ছাত্ৰী সকলৰ অভিভাৱকে অনুষ্ঠিত কৰা তথা ভৰতপুৰ প্ৰাথমিক বিদ্যালয়ৰ গৃহত অনুষ্ঠিত …

গোসাইগাঁওত পানীৰ অভাৱত মৃত্যুপ্ৰায় বিঘাই বিঘাই ধাননি পথাৰ

গোসাইগাঁও, সংবাদ ৩৬৫, ১ ছেপ্টেম্বৰ: কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বৰষুণৰ অভাৱত কৃষক সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। নামনি অসমৰ বিশেষকৈ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ সাপকাটা, বাজুপাওঁ, শ্ৰীৰামপুৰ, জেকোবপুৰ আদিকে ধৰি বিভিন্ন এলেকাত দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত …

অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অধীনত থকা সোণতলী-বহৰী পাৰঘাটত ফেৰী যাত্ৰী সকলৰ বিপদ সংকুল যাত্ৰা

সোণতলী, সংবাদ ৩৬৫, ১ ছেপ্টেম্বৰ: অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অধীনত থকা দক্ষিণ কামৰূপৰ সোণতলীৰ পৰা বৰপেটাৰ বহৰিলৈ এক বিপদ সংকুল যাত্ৰাৰে যাতায়ত কৰিব লগীয়া হৈছে ফেৰী যাত্ৰী সকলে। অতিৰিক্ত ভাড়া সংগ্ৰহ কৰাৰ বিনিময়তেই লেছিয়ে মাধমাৰ সোধাই পাৰ ঘাটটোৰ …

চৰাইদেউ জিলা উপায়ুক্তক টাই আহোম মহিলা পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান

চৰাইদেউ, সংবাদ ৩৬৫, ৩১ আগষ্ট: যোৱা ৩০ আগষ্টত টাই আহোম মহিলা পৰিষদ চৰাইদেউ জিলা সমিতিয়ে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মান বগীবিল দলংখন চাওল্যুং চ্যু-কা-ফা সেতু নামেৰে নামাকৰণ কৰাৰ দাবী জনাই চৰাইদেউ জিলাৰ উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰাপ্ত বাতৰি …

বাঘবৰৰ মন্দিয়া জাতীয় বিদ্যালয়ৰ ছাত্ৰৱাসৰ ভিতৰতেই নৱম শ্ৰেণীৰ ছাত্ৰক চোকা অস্ত্ৰৰে হত্যাৰ অপচেষ্টা অচিনাক্ত দুৰ্বৃত্তৰ

বাঘবৰ, সংবাদ ৩৬৫, ৩১ আগষ্ট: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মন্দিয়াত শুক্ৰবাৰে ছাত্ৰৱাসৰ ভিতৰতে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰক অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হত্যাৰ অপচেষ্টা চলোৱা ঘটনাক লৈ এক চাঞ্চল্যৰ সৃষ্টি হয়। উল্লেখ্য যে মন্দিয়া অঞ্চলৰ ব্যক্তিগত শিক্ষানুষ্ঠান মন্দিয়া জাতীয় বিদ্যালয়ত অধ্যয়নৰত …

ধুবুৰীৰ আলমগঞ্জত মৃগপহু উদ্ধাৰ

ধুবুৰী, সংবাদ ৩৬৫, ৩১ আগষ্ট: ধুবুৰী জিলাৰ বন সংমণ্ডল কাৰ্য্যালয় আৰু কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা বন সংমণ্ডল কাৰ্য্যালয়ৰ সীমামূৰীয়া আলমগঞ্জ অঞ্চলত বনাঞ্চল এৰি জনাঞ্চলত মুক্ত বিচৰণ কৰি থকা এটি প্রকাণ্ড মৃগপহু শুক্ৰবাৰে উদ্ধাৰ হয়। উল্লেখ্য যে জনাঞ্চলত মুক্ত ভাবে বিচৰণ কৰি …

বিশ্বনাথৰ বিহালিৰ বটিয়ামৰিত হাতী পোৱালি উদ্ধাৰ

বিহালি, সংবাদ ৩৬৫, ৩১ আগষ্ট: বিশ্বনাথৰ বিহালিৰ বটিয়ামৰিত শুক্ৰবাৰে দিনৰ ১২ মান বজাত এটা হাতী পোৱালি উদ্ধাৰ হয়। স্থানীয় ৰাইজে জানিব দিয়া মতে বৃহস্পতিবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এজাক বনৰীয়া হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহি বটিয়ামৰিৰ বিভিন্ন অঞ্চলত …

বাঘবৰত পকী দলঙ নিৰ্মাণৰ ছয়মাহ নৌহওঁতেই দলঙৰ এপ্ৰোছৰ বৃহৎ অংশৰ খহনীয়া: বিপদসংকুল যাত্ৰা বাঘবৰবাসীৰ

বাঘবৰ, সংবাদ ৩৬৫, ৩১ আগষ্ট: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ সত্ৰকনৰা-মন্দিয়া সংযোগী পথৰ মাজত পকী দলঙৰ নিৰ্মাণৰ ছয়মাহ নৌহওঁতেই দলঙৰ এপ্ৰোছৰ বৃহৎ অংশৰ খহনীয়া। দলঙ খনৰ এপ্ৰোছৰ দুয়ো ফালৰ বৃহৎ অংশ খহি পৰাত দৈনিক উক্ত পথটোৰে অহৰ্নিশে হাজাৰ হাজাৰ লোকৰ যাতায়ত …

তেজপুৰৰ শালনিবাৰীত ভয়ংকৰ পথ দুর্ঘটনা: নিহত এজন

তেজপুৰ, সংবাদ ৩৬৫, ৩১ আগষ্ট: তেজপুৰৰ শালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৈঠাভঙাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত এক দুৰ্ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে তেজপুৰৰ ২ নং উলুবাৰীৰ নিবাসী মহম্মদ জমিৰুদ্দিন(৩৬) নামৰ লোকজনে বাসবেৰাৰ মহম্মদ ৰাইচুদ্দিন(৫২) নামৰ লোকজনৰ সৈতে …