শুৰ পোকৰ পিছত ধানখেতিত অচিন পোকৰ আক্ৰমন তামাৰহাটত
গোসাইগাঁও, সংবাদ ৩৬৫, ৩১ আগষ্ট: এটাৰ পাছত এটা সমস্যাই জুৰুলা কৰিছে খেতিয়ক সকলক । ধুবুৰী জিলাৰ তামাৰহাটৰ হৰিপুৰ অঞ্চলত শ শ বিঘা খেতি পথাৰত এক অচিন পোকৰ আক্ৰমনত ধান খেতি নষ্ট হোৱাৰ উপক্ৰম হৈছে। প্ৰথমে বৰষুণৰ অভাৱত খেতি পথাৰত চিৰাল …