উত্তৰ অভয়াপুৰীত শ শ বিঘা ধাননিত শুৰ পোকৰ উপদ্ৰৱত মূৰে কপালে হাত দিছে কৃষক ৰাইজে: কুম্ভকৰ্ণ নিদ্ৰাত কৃষি বিভাগ
অভয়াপুৰী, সংবাদ ৩৬৫, ২৭ আগষ্ট: কৃষকৰ সপোনৰ পথাৰ খনিত হাজাৰ হাজাৰ বিঘা ধাননি পথাৰত সোণালী শইচৰ ফচলৰ পৰিবৰ্তে শুৰ পোকৰ উপদ্ৰৱ। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিজনী আৰু সৃজনাগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ মণিকপুৰ, কীৰ্তনপাৰা অঞ্চলৰ হাজাৰ হাজাৰ বিঘা ধাননি …