সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বাঘমৰা আঞ্চলিক সমিতি গঠন

বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ৮ জুলাইঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ বাঘমৰা আঞ্চলিক সমিতি দেওবাৰে আনুষ্ঠানিকভাৱে গঠন হয়৷ বিহালীৰ জিনজিয়া ৰাজহুৱা সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনত বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি অমিত কিণ্ডই সভাপতিত্ব কৰে৷ আনহাতে, বিশ্বনাথ জিলা …

অসমত চাকৰি কৰিবলৈ হ’লে জানিব লাগিব অসমীয়া ভাষা, অন্যথা চাকৰি কৰিবলৈ দিয়া নহ’ব: পৰমানন্দ ৰাজবংশী

মৰিগাঁও, সংবাদ ৩৬৫, ৮ জুলাইঃ অসমত চাকৰি কৰিবলৈ হ’লে অসমীয়া ভাষা অথবা যিকোনো থলুৱা ভাষা জানিব লাগিব, অন্যথা অসমত চাকৰি কৰিবলৈ দিয়া নহ’ব দেওবাৰে মৰিগাঁও জিলাত এখন সভাত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে। …

আৰক্ষীৰ জালত পৰিল ঋষভ হিম্মৎসিংকা

গুৱাহাটী, সংবাদ ৩৬৫, ৮ জুলাইঃ মহানগৰীৰ গণেশগুৰিস্থিত মুকেশ হুণ্ডাই শ্ব’ৰূমৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই কছুদিন পূৰ্বে এজন কৰ্মচাৰী কাণত ধৰি আঠু কঢ়াই শাস্তি প্ৰদান কৰি কেক কাটি বৰ্ষপূৰ্তি অনুষ্ঠান পালন কৰাৰ কেইখনমান ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ …

অখিল গগৈৰ কাজিৰঙা ৰাষ্ট্ৰীয় অৰ্কিড উদ্যান উচ্ছেদৰ নিৰ্দেশ চৰকাৰৰ

কাজিৰঙা, সংবাদ ৩৬৫, ৮ জুলাইঃ কৃষক নেতা অখিল গগৈৰ কাজিৰঙা ৰাষ্ট্ৰীয় অৰ্কিড উদ্যান উচ্ছেদৰ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে। অবৈধ ভাৱে চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে অৰ্কিড উদ্যানখনৰ বিৰুদ্ধে৷ কাজিৰঙা ৰাষ্ট্ৰীয় অৰ্কিড উদ্যানখনে মুঠ ৬ বিঘা ১ কঠা ১২ …

বাক্সাত বিদ্যুৎ পৰিবাহী তাৰত লাগি বনৰীয়া হাতীৰ মৃত্যু

বাক্সা, সংবাদ ৩৬৫, ৮ জুলাইঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৩ নং পূৱ গয়ৱাৰীত বিদ্যুৎ পৰিবাহী তাৰত লাগি এটা বনৰীয়া হাতীৰ কৰুন মৃত্যু হৈছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি এইদৰে কৰুণ মৃত্যুক সাৱটি লয় বনৰীয়া হাতীটোৱে। শনিবাৰে নিশাৰ ভাগত …

চাৰি বাঘ হত্যাকাৰীৰ আত্মসমৰ্পন

তেজপুৰ, সংবাদ ৩৬৫, ৭ জুলাইঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘ হত্যাৰ লগত জড়িত চাৰি চোৰাং চিকাৰীয়ে শনিবাৰে বন বিভাগৰ ওচৰত আত্মসমৰ্পন কৰে। আত্মসমৰ্পনৰ পিছতেই চাৰিও গৰাকী চোৰাং চিকাৰীক বিয়লি তেজপুৰ আদালতত হাজিৰ কৰোৱা হয়৷ উল্লেখ্য যে, ২০১৭ চনৰ ২০ নবেম্বৰ তাৰিখে …

কলগাছিয়াৰ বজাৰত বিহাৰৰ যুৱকৰ চুৰিকার্যৰ চেষ্টা

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৭ জুলাইঃ ৰাজ্যত দৈনিক সংঘটিত হৈ আহিছে অপৰাধমূলক ঘটনা। দিন ডকাইটি, চুৰিকাৰ্য, হত্যা, ধৰ্ষণৰ ধৰে ঘটনা প্ৰতিদিনে সংঘটিত হৈ আছে ৰাজ্যত। বৰপেটা জিলাৰ কলগাছিয়াৰ বালাগাঁৱত এইবাৰ এজন সৈনিক বিষয়াৰ লক্ষাধিক টকা লুটিবলৈ আহি ধৰা পৰিল …

কলগাছিয়াৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মক লৈ দুৰ্নীতি

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৭ জুলাইঃ বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৯২৯ নং আমগুৰি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মক লৈ আৰম্ভ হৈছে ব্যাপক খেলি-মেলি ও দুৰ্নীতি। সময়সীমা উকলি যোৱাৰ ৪ মাহ পিছত ইউনিফৰ্ম লাভ কৰিবলৈ সক্ষম …

বুৰৈ নদীৰ গৰাখহনীয়া ফলত জাহ গ’ল ১৫ টাকৈ পৰিয়াল

বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ৭ জুলাইঃ বুৰৈ নৈৰ খহনীয়াত বিহালী সমষ্টিৰ আৰু গহপুৰ সমষ্টিৰ ১৫ টাকৈ পৰিয়ালৰ বাস গৃহ জাহ গৈছে। বিগত বৰ্ষৰ দৰে এইবাৰো তীব্ৰ খহনীয়াই বহু লোকৰ যথেষ্ট ক্ষতি কৰে। বিগত ৪ বছৰ ধৰি এই অঞ্চলটোৰ লগতে নদী …

বেকী নৈৰ খহনীয়াত কলগাছিয়াৰ ৩০ টা কৈ পৰিয়াল উচন হল

কলগাছিয়া, সংবাদ ৩৬৫, ৭ জুলাইঃ পুনৰ গৰাখহনীয়াৰ গ্ৰাসত বেকী নৈ। নেৰা-নেপেৰা ৩ দিনৰ বৰষুণৰ ফলত বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সুঁতিৰপথাৰ আৰু কৰাৰকুৰত বেকী নৈৰ গৰাখহনীয়াত উচন হল ৩০ টা কৈ পৰিয়াল। দুৰ্ভগীয়া পৰিয়াল কেইটাই মাটি-ভেটীৰ লগতে মৰাপাট আৰু ধান …