নলবাৰীৰ লেব’ৰেটৰীত এক্সৰে কৰাৰ সময়ত মহিলাক যৌন আতিশায্য

নলবাৰীৰ পৰা কৈলাস ডেকা, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ  নলবাৰী চহৰত অৱস্থিত লেব’ৰেটৰীত এটাত এক্সৰে কৰাবলৈ অহা সদ্যবিবাহিতা এগৰাকী মহিলাক কৰ্তব্যৰত পুৰুষ কৰ্মচাৰী এজনে যৌন আতিশায্য চলোৱাক কেন্দ্ৰ কৰি শুক্ৰবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰামতে নলবাৰী মৰোৱাৰ এগৰাকী মহিলাই দুৰ্ঘটনাজনিত কাৰণত …

ধর্ষণৰ অভিযুক্ত বিজেপি বিধায়ক: বিজেপি নিমাত, কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ জম্মু কাশ্মীৰত এগৰাকী আঠ বছৰীয়া কিশোৰীক দলবদ্ধ ধর্ষণ কৰি হত্যা কৰা আৰু উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি বিধায়ক ধৰ্ষণৰ গোচৰত অভিযুক্ত হোৱাৰ পিছতো কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ সম্পূৰ্ণ নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগত কংগ্ৰেছ দলৰ সভাপতি ৰাহুল …

ফকিৰাগ্ৰামত শিশু আৰু মহিলা অপৰাধ প্ৰতিৰোধৰ ওপৰত সজাগতা সভা

কোকৰাঝাৰৰ পৰা কিশোৰ মীশ্ৰা, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ উত্তৰ-পুৱ সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ মণ্ডলৰ অন্তৰ্গত ফকিৰাগ্ৰাম জংচনৰ ৰে’ল সুৰক্ষা বাহিনীৰ সভাগৃহত বৃহস্পতিবাৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ সচৰা’চৰ ৰে’লত সংঘটিত হৈ থকা অপৰাধ প্ৰতিৰোধৰ ওপৰত অনুষ্ঠিত হোৱা সজাগতা সভাখন পৰিচালনা কৰে …

হোজাইত প্ৰচণ্ড শিলাবৃষ্টি

হোজাই, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ উৰুকাৰ দিনাই হোজাইত হিলডোল ভাঙি আহিল বৰদৈচিলা। শুক্ৰবাৰে হোজাইত প্ৰায় আধাঘণ্টা ধৰি চলা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত স্তব্ধ হৈ পৰে সমগ্ৰ হোজাই জিলা। শিলাবৃষ্টিয়ে প্ৰচণ্ড গতিত আঘাত কৰে পথৰ দাঁতিত থকা যান বাহন সমূহ।শিলাবৃষ্টিয়ে তচ নচ কৰি …

আৰক্ষীৰ গাফিলতিক লৈ বইটামাৰী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ শালবাৰীত শুক্ৰবাৰে পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে পৰিস্থিতি উত্তাল কৰি তোলে। প্ৰাপ্ত তথ্য মতে শুক্ৰবাৰে পুৱা প্ৰায় ৬ বজাত স্থানীয় ৰাইজে ৩১নং ৰাষ্ট্ৰীয় …

পৰম্পৰা ৰক্ষা কৰি সমূহীয়া মাছ মাৰিবলৈ ওলাই আহিল ৰাইজ

নগাঁবৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ শুক্ৰবাৰে বহাগৰ উৰুকা উপলক্ষে পৰম্পৰা ৰক্ষা কৰি সমূহীয়া মাছ মাৰিবলৈ ওলাই আহিল ৰাইজ। প্ৰতি বছৰৰ দৰে এইবেলিও ৰাইজ সমূহীয়াকৈ মাছ মাৰিবলৈ নগাঁও জিলাৰ দীঘলী বিলত।নগাঁও জিলাৰ হাটীচুং মৌজাৰ প্ৰায় কুৰিখন গাঁৱৰ কেইবাশ …

গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ শুক্ৰবাৰে গুৱাহাটী ৰেল ষ্টেচনত ৰেল আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচিত হাৰিয়ানাৰ ভাগত সিংহ আৰু পাঞ্জাৱৰ সাহিল নামৰ দুজন লোকৰ কবলৰ পৰা প্ৰায় ৬০ লক্ষাধিক টকাৰ মূল্যৰ সোণ উদ্ধাৰ কৰে। …

ৰঙিয়াত মবাইল বিস্ফোৰণত আহত এজন

ৰঙিয়া, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ আপুনি এমআই মোবাইল ব্যৱহাৰ কৰে নেকি? যদি এমআই মোবাইল ব্যৱহাৰ কৰে তেন্তে সাবধান হওক। যিকোনো মুহূৰ্ততে এমআই মোবাইল বিস্ফোৰণ ঘটি আপোনাৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে। শুক্ৰবাৰে ৰঙিয়া নগৰত এমআই’ৰ নোট ৪ মোবাইল এটা বিস্ফোৰণ …

আহমদিয়া মুছলিম জামাতৰ বিনামূলীয়া বহি আৰু কলম বিতৰণ

গুৱাহাটী, সংবাদ ৩৬৫, ১২ এপ্ৰিলঃ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ উত্তৰ জ্যোতিনগৰস্থিত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত আহমদিয়া মুছলিম জামাতৰ উত্তৰ পূব শাখাই বিনামূলীয়া বহি আৰু কলম বিতৰণ কৰে। ছাত্ৰ ছাত্ৰী সকলৰ মাজত বহি আৰু কলম বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি আহমদিয়া …

গোলাঘাটত বিজেপিৰ কৃষাণ মৰ্চাৰ পশুধণ টীকাকৰণ

গোলাঘাটৰ পৰা চেমিন আলী, সংবাদ ৩৬৫, ১২ এপ্ৰিলঃ গোলাঘাট জিলা বিজেপিৰ কৃষাণ মৰ্চাৰ উদ্যোগত খুমটাই সমষ্টিৰ কঠালগুৰি মণ্ডলৰ গুৰুযোগোনিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেংমৰিয়াত বৃহস্পতিবাৰে প্ৰায় তিনি শতাধিক পশুধনৰ টীকাকৰণ কৰা হয়। পুৱা দহ বজাত বিজেপি জিলা কৃষাণ মৰ্চাৰ সভাপতি তদ্ৰোপ …