নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ফৰকাটিঙত এআইএছএফ, মহিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী

গোলাঘাট, সংবাদ ৩৬৫, ৯ এপ্ৰিলঃ নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন ফৰকাটিং আঞ্চলিক সমিতি আৰু প্ৰগতি মহিলা সমিতিয়ে সোমবাৰে গোলাঘাট জিলাৰ ফৰকাটিং চাৰিআলিৰ পৰা ফৰকাটিং জংচনলৈ এক প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদী সকলে অভিযোগ কৰে যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে মহিলা সবলীকৰণ কথা কৈ …

সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছৰ অনশন কাৰ্যসূচী

গুৱাহাটী, সংবাদ ৩৬৫, ৯ এপ্ৰিলঃ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীৰ নিৰ্দেশত সোমবাৰে কংগ্ৰেছ দলে দেশজুৰি অনশন কাৰ্যসূচী ৰূপায়ন কৰে। দেশৰ দলিত, আদিবাসী আৰু সংখ্যালঘু সম্প্ৰদায় অত্যাচাৰৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰি দিল্লীৰ ৰাজঘটত অনশনত বহে ৰাহুল গান্ধী। দেশৰ অন্যান্য …

দলবদ্ধ ধর্ষণকাণ্ডই লজ্জিত কৰিলে লাক্ষীমপুৰক

লাক্ষীমপুৰ, সংবাদ ৩৬৫, ৯ এপ্ৰিলঃ ৰাজ্যত এটাৰ পিছত আনটো ধর্ষণৰ ঘটনাই ৰাজ্যবাসীক লজ্জিত কৰি থকাৰ সময়তে লাক্ষীমপুৰ জিলাৰ নাওবৈচাত সংঘটিত হোৱা এক ধর্ষণকাণ্ডই পুনৰ লজ্জিত কৰিলে অসমবাসীক। লাক্ষীমপুৰ জিলাৰ নাওবৈচাৰ শিঙৰা নৈৰ মাথাউৰিৰ কাষত এগৰাকী ১৪ বছৰীয়া কিশোৰীক পাঁচজনকৈ নৰ পিশাচে ধর্ষণ …

ফকিৰাগ্ৰামত বি টি চি নাথ যোগী ছাএ সন্থাৰ অসম বন্ধৰ সৰ্বাক্মক প্ৰভাৱ

কোকৰাঝাৰৰ পৰা কিশোৰ মীশ্ৰা, সংবাদ ৩৬৫, ৯ এপ্ৰিলঃ সোমবাৰে বি টি চি নাথ যোগী ছাএ সন্থাই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা যায় কোকৰাঝাৰৰ ফকিৰাগ্ৰামত৷ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম, দোতমাকে ধৰি ভিভিন্ন অঞ্চলত দোকান বজাৰ, ব্যৱসায়ীক যান বাহনৰ …

নগাঁও চহৰত নাৰী ব্যৱসায়ী চক্ৰ উৎখাত

নগাঁবৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ৮ এপ্ৰিলঃ নগাঁও চহৰত মদ, ভাং, ড্ৰাগছৰ সামন্তৰালকৈ নাৰী দেহৰ ব্যৱসায়ো চলি থকা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে এই মদ, ভাং, ড্ৰাগছৰ লগতে নাৰী দেহ ব্যৱসায়ৰ ঘাটি সমূহৰ বিৰুদ্ধে সময়ে সময়ে অভিযান অব্যাহত ৰাখিছে যদিও সম্পূৰ্ণৰূপে …

নলবাৰীত আৰম্ভ হৈছে বিংশতম অসম ছিনিয়ৰ জুনিয়ৰ দিবা নৈশ খো’খো প্ৰতিযোগিতা ২০১৮

নলবাৰী, সংবাদ ৩৬৫, ৮ এপ্ৰিলঃ নলবাৰী জিলা কাবাডী, হেণ্ডবল, খো’খো সন্থাৰ উদ্যোগত আৰু অসম খো’খো সন্থাৰ সহযোগত নলবাৰী চৰকাৰী গৰ্ডন স্কুল খেলপথাৰত শনিবাৰে অনুষ্ঠিত হোৱা উদ্বোধনী সভাত অসম খো’খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাৰ লগতে নলবাৰী জিলাৰ কাবাডী, হেণ্ডবল আৰু …

অভয়াপুৰীত ৰঙালীক আদৰাৰ প্ৰস্তুতি : ৰাভা জনগোষ্ঠীৰ ‘চাথাৰ’ নৃত্যৰ ঝংকাৰত মুখৰিত বামুনগাঁৱৰ আকাশ-বতাহ

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৮ এপ্ৰিলঃ ৰঙালীক আদৰিবলৈ উজনিৰ পৰা নামনি লৈকে প্ৰতিটো জনগোষ্ঠীৰ লোকৰ মাজত প্ৰস্তুতি এতিয়া তুংগত‌। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই পশ্চিম অসমৰ অভয়াপুৰীৰ সমীপৱৰ্তী বামুণগাঁৱৰ ৰাভা জনগোষ্ঠীৰ লোক সকল।ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বিহু নৃত্য ‘চাথাৰ’ৰ …

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে এন এছ ই বিনিয়ােগকাৰী মেলা ২০১৮

গুৱাহাটী, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ সমগ্র দক্ষিণ পূর্ব এছিয়াৰ সৈতে ব্যৱসায়িক সম্পর্ক গঢ়ি তােলাৰ ক্ষেত্ৰত অসম উপযুক্ত স্থান। এই অঞ্চলৰ ভৌগােলিক অৱস্থিতিয়ে ব্যৱসায়িক ক্ষেত্ৰখনৰ অনুকূল বাতাবৰণৰ সূচনা কৰিছে। দেশৰ এই অঞ্চলটোৰ অর্থনৈতিক উন্নয়ন সাধন আৰু আছিয়ান দেশসমূহৰ বৃহৎ বজাৰ খনক …

যশস্বী পৰিচালক মুনিন বৰুৱাৰ পৰলােক প্রাপ্তিত মুখ্যমন্ত্ৰীৰ গভীৰ শােক প্রকাশ

গুৱাহাটী, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ অসমীয়া চলচ্চিত্ৰৰ যশস্বী পৰিচালক, নাট্যকাৰ তথা নাট পৰিচালক মুনিন বৰুৱাৰ দেহাৱসানত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে গভীৰ শােক প্রকাশ কৰে। এক শােকবার্তাত মুখ্যমন্ত্রীয়ে মুনিন বৰুৱাৰ বিয়ােগ অসমীয়া চলচ্চিত্র তথা নাট্য জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি প্ৰকাশ কৰে। …

শিক্ষা বিভাগৰ সিদ্ধান্তত পুনৰ প্ৰতিবাদ

ৰঙিয়া, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ যোৰহাটস্থিত মহিলা বিশ্ববিদ্যালয়খনৰ বিশ্ববিদ্যালয়ৰ মৰ্যদা কৰ্তন কৰি মহিলা কাৰিকৰী উচ্চ শিক্ষা অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিব বিচৰা শিক্ষা বিভাগৰ সিদ্ধান্তত বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ দেখিবলৈ পোৱাৰ পিছত পুনৰ এক শিক্ষা অনুষ্ঠানক লৈ শিক্ষা বিভাগে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে …