গোলকগঞ্জৰ বালাজানত হৰিণা পহু উদ্ধাৰ

গোলকগঞ্জ, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ ধুবুৰী জিলাৰ গোলকগঞ্জৰ বালাজান অঞ্চলত শনিবাৰে পুৱা উদ্ধাৰ হয় এটি হৰিণা পহু। ৰাইজে হৰিণা পহুটো প্ৰত্যক্ষ কৰি ধুবুৰী বন বিভাগক খবৰ দিয়াত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পহুটো উদ্ধাৰ কৰে। বিটিএডিৰ বাশবাৰী বনাঞ্চলৰ …

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱা আৰু নাই

গুৱাহাটী, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱা আৰু নাই। শুক্ৰবাৰে নিশা কাহিলিপৰাৰ ভগদত্তপুৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক গৰাকীৰ। মুনিন বৰুৱা এগৰাকী জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ পৰিচালক হিচাবে অসমীয়া সাংস্কৃতিক জগতত এক পৰিচিত নাম। …

বাক্সাত নৃশংস হত্যাকাণ্ড

বাক্সা, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ  বাক্সা জিলাৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ  দ্বাৰকুছিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। দুৰ্বৃত্তই ইটাৰে মাৰি আৰু দেগাৰেৰে ঘপিয়াই নৃশংস ভাৱে হত্যা কৰিলে ৪০ বছৰীয়া এজন লোকক। দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰি মৃত লোকজনক ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় …

নাজিৰাত কৃষি প্ৰদৰ্শনীৰ আয়োজন

নাজিৰা, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে নাজিৰাৰ ৰহদৈ পুখুৰীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, শিৱসাগৰৰ জৰিয়তে ৰূপায়িত “গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি (ৰাৱেপ)ৰ অংশ হিচাপে অহা ১০ এপ্ৰিলত নাজিৰাৰ বাউলী মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ …

অভয়াপুৰীত সন্দেহজনক মালটা সদস্য আটক

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত খগৰপুৰ বজাৰৰ সমীপৰ পৰা তুলুঙিয়াস্থিত সেনাবাহিনীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এজন মালটা সদস্য কৰায়ত্ব কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধৃত মালটা সদস্যজন ধুবুৰী জিলাৰ চাপৰ …

এইবাৰ ধুবুৰীত জঘন্য ধৰ্ষণৰ ঘটনা : ষাঠি বছৰীয়া বৃদ্ধৰ যৌন কামনাৰ বলি হল তিনি বছৰীয়া কণমানি শিশু

ধুবুৰী, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিদিনেই সংঘটিত হ’বলৈ ধৰিছে জঘন্য ধৰ্ষণৰ ঘটনা। এইবাৰ ধুবুৰীৰ এএম কোম্পানী ৰোড আৰক্ষী চকী অন্তৰ্গত অয়ৰাণ জংলা গাঁৱত সংঘটিত হৈছে জঘন্য ধর্ষণকাণ্ড। এইগৰাকী তিনি বছৰীয়া শিশুক আকবৰ আলী নামৰ এজন ষাঠিৰ বছৰীয়া বৃদ্ধই …

মৰাণত পাঁচ বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

মৰাণ, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ মৰাণৰ তিলৈনগৰ বঙালী গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। তিলৈ নৈত পাঁচ বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাত সমগ্ৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছে। উল্লেখ্য যে পাঁচ দিন পূৰ্বে ৰাজেন মাৰ্দি নামৰ এজন লোকে শিশুটোক অপহৰণ কৰি …

দহ টকা বাবে পত্নীক হত্যাৰ চেষ্টা

গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ গোলাঘাটত জিলাত মাত্ৰ দহ টকাৰে বাবে এজন লোকে হত্যা চেষ্টা কৰিলে পত্নীক। পত্নীয়ে মদ খাবলৈ দহ টকা নিদিয়াৰ বাবেই স্বামীয়ে জ্বলাই দিলে পত্নীক। জানিব পৰা মতে, মদ খাবলৈ দেৱ পূজৰে পত্নী মাতু পূজৰক ৩০ …

আচাৰাম বাপুৰ সৈতে নিশা কটালে টাইগাৰে

যোধপুৰ, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ যোধপুৰ কাৰাগাৰত আচাৰাম বাপুৰ সৈতে নিশা কটালে বলিউডৰ টাইগাৰ ছলমান খান। ২০ বছৰ পুৰণি বহুচৰ্চিত কৃষ্ণ মৃগ চিকাৰৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত বৃস্পতিবাৰে চুপাৰষ্টাৰ ছলমান খানক ৫ বছৰৰ বাবে কাৰদণ্ডৰে দণ্ডিত কৰা হয়। যোধপুৰ …

যোগীঘোপাত দুৰ্বৃত্তই হত্যা কৰিলে হৰিণা

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কোমৰাকাটা গাঁৱৰ ষষ্ঠ খণ্ডত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটি হৰিণা দুৰ্বৃত্তই হানি খুচি হত্যা কৰে। শুক্ৰবাৰে পুৱা প্ৰায় ৭ মান বজাত স্থানীয় ৰাইজে মৃত অৱস্থাত হৰিণাটোক …