আদালতত ৰকি আহিল নাহিল ৰাজা
গুৱাহাটীৰ পৰা বিস্মিতা শৰ্মা, সংবাদ ৩৬৫, ৪ এপ্ৰিলঃ বুধবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হয় প্ৰাক্তন বনমন্ত্ৰী ৰকিবুুল হুছেইন৷ কংগ্ৰেছ নেতা অনিল ৰাজাৰ বিৰুদ্ধে তৰা মানহানি গোচৰৰ শুনানিৰ বাবে আদালতত হাজিৰ হয় প্ৰাক্তন বনমন্ত্ৰী গৰাকীয়ে৷ ৰকিবুুল হুছেইনে আদালতত হাজিৰ হৈ নিজৰ …