কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পালে গঁড়ৰ সংখ্যা
কাজিৰঙা, সংবাদ ৩৬৫, ৩০ মাৰ্চ: ২০১৫ ৰ পিয়লৰ তুলনাত ২০১৮ ৰ পিয়লত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১২ টা গঁড় বৃদ্ধি পাইছে। ২০১৫ ৰ পিয়লত কাজিৰঙাত ২৪০১ টা গঁড় থকাৰ বিপৰীতে ২০১৮ ৰ পিয়ল কাজিৰঙাত ২৪১৩ টা গঁড় থকাৰ তথ্য পোৱা গৈছে। …