গোলাঘাটত নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ২২মাৰ্চ: বৃহস্পতিবাৰে গোলাঘাট জিলাৰ দেৰগাঁৱৰ শিঙৰাজানত এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। সততে বাঘৰ আতংক চলি থকা এই অঞ্চলটোত কিছুদিনৰ ভিতৰতে চতুৰ্থটো নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হৈছে। শিঙৰাজানত দুসপ্তাহ পূৰ্বে দেৰগাঁও বন বিভাগে পতা গৰালত বৃহস্পতিবাৰে …