মিৰ্জাত মৃতদেহৰ বিলৈ, আৰক্ষী থানালৈ ট্ৰলিৰে মৃতদেহ কঢ়িয়াই নিলে পৰিয়ালৰ লোকে

মিৰ্জা, ১৯ নৱেম্বৰ: পলাশবাৰীৰ গোসাঁইহাতৰ নতুন বস্তিত কালি সন্ধিয়া ঘটা এক ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মাছ মাৰিবলৈ গৈ পুখুৰী সদৃশ দ-খাৱৈত পৰি দুজনলোকে কৰুণভাৱে মৃত্যুক আকোঁৱালি লয়। মৃত লোকদুজন মৃদুলা দাস(২৬) আৰু ৰাতুল কলিতা(১৫)। দুয়ো গৰাকীৰ …

মৰম , ত্যাগ আৰু বিশ্বাসৰ জয়যাত্ৰা

নলবাৰী, ১৯ নৱেম্বৰ: সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত সৰ্বাধিক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ২০১৭/১৮ নাট্যবৰ্ষৰ ৰাজশ্ৰী থিয়েটাৰে মঞ্চস্থ কৰা এখন হৃদয়স্পৰ্শী নাট জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্যৰ ‘আত্মাৰ আৰ্তনাদ’। নাট্যযাত্ৰা আৰম্ভ কৰাৰ পৰাই আজিলৈকে নাটকখনে প্ৰতিটো পেণ্ডেলতে কৰিবলগীয়া হৈছে দুই-তিনিটা দৰ্শনী। এতিয়া …

কটকটীয়া নিৰাপত্তা বেষ্টনীত আজি অনুষ্ঠিত হ’ল অসম তেল সংমণ্ডলৰ ১৩০টা এপেণ্ডিক্স পদৰ পৰীক্ষা

ডিগবৈ, ১৯ নৱেম্বৰ: পুনৰ এবাৰ অসমীয়াৰ মূৰত ৰাম টাঙোন সোধাই অনা অসমীয়া প্ৰীতি প্ৰদৰ্শন কৰিলে ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলে৷ থলুৱা শিক্ষিত যুৱক-যুৱতীৰ প্ৰৱঞ্চনা কৰি বহিৰাগত প্ৰাৰ্থী আমদানি কৰি তেল নিগমে আজি অনুষ্ঠিত কৰিলে এপেণ্ডিক্সৰ পৰীক্ষা৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ …

চন্দ্ৰপুৰত ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু

চন্দ্ৰপুৰ, ১৯ নৱেম্বৰঃ  মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰত শনিবাৰে নিশা প্ৰায় ২ বজাত ৰেলৰ খুন্দাত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ জাক চন্দ্ৰপুৰৰ ঠাকুৰকুচি ৰেল ষ্টেচনৰ সমীপত আবদ্ধ হৈ পৰাত অৱধ অসম এক্সপ্ৰেছশৰ খুন্দাত …

শ্যামৰাইপুৰ বাগিচাত বাগৰিল ডিজেল ভৰ্তি ট্ৰেংকাৰ

মুৰফুলনি, ১৮ নৱেম্বৰ: গোলাঘাট জিলাৰ মৰঙি মৌজাৰ মুৰফুলনি সমীপৰ শ্যামৰাইপুৰ চাহ বাগিচাৰ ফেক্টৰীৰ ওচৰত নিশা NL 08 A 8056 নম্বৰৰ এখন ডিজেল ভৰ্তি ট্ৰেংকাৰ দুৰ্ঘটনাত পতিত হয়৷ জানিব পৰা মতে,  নিশা প্রায় ৮.৩০ মান বজাত ডিজেল ভৰ্তি ট্ৰেংকাৰখন শ্যামৰাইপুৰ ফেক্টৰীৰ …

সোণাৰিত আছুৰ প্ৰতিবাদ, ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমুৰ্তি দাহ 

চৰাইদেউ, ১৮ নৱেম্বৰ: চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ শিৱ-মন্দিৰ তিনিআলিত আজি সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমুৰ্তি দাহ কৰে৷ অসমৰ স্বাস্থ্য বিভাগত যি অনিয়ম চলি আছে আৰু অতি নিম্ন মানৰ দৰব সেৱন কৰাই সাধাৰণ ৰাইজক …

তিনিদিনীয়া কাৰ্যসূচীৰে বৰভেঁটি ২৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন

যোৰহাট, ১৮ নৱেম্বৰ: যোৰহাট জিলাৰ পশ্চিম দিশৰ ঐতিহাসিক মালৌপথাৰস্থিত মায়ামৰা বৈষ্ণৱসকলৰ আৰাধ্য গুৰু শ্ৰী শ্ৰী অষ্টভূজদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত বৰভেঁটিয়ে বৰ্তমানে সম্পূৰ্ণ কৰিলে ২৫০ টা বছৰ৷ উল্লেখ্য যে, ১৭৬৮ খ্ৰীষ্টাব্দত অষ্টভূজদেৱৰ আজ্ঞা মানি আঠলাখ নব্বৈ হাজাৰ মায়ামৰা ভক্তই ৰাম নাম উচ্চাৰণ কৰি …

টিপং বৰনামঘৰত অবিৰত ভাগৱত পাঠ

মাৰ্ঘেৰিটাৰপৰা ৰবীন শৰ্ম্মা, ১৮নৱেম্বৰ: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত টিপং বৰ নামঘৰত সৰ্বজনৰ মংগল আৰু শান্তিৰ বাবে অহা ২ আৰু ৩ ডিচেম্বৰ তাৰিখে দুদিনীয়া ধৰ্মীয়মূলক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ২৪ ঘণ্টীয়া ভাগৱত পাঠ৷ ইয়াৰ সমান্তৰালকৈ প্ৰথম দিনা পুৱা নাম প্ৰসংগ, ধৰ্ম্মধ্বজা …

বৰ্তমানেও আছে পয়ালগা চৰকাৰী বিদ্যালয়, ৫৯ জন ছাত্ৰ- ছাত্ৰীক একেটা কোঠাতে পাঠদান

মাৰ্ঘেৰিটাৰপৰা ৰবীন শৰ্ম্মা, ১৮ নৱেম্বৰ: শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্ম্মাই গুণোৎসৱ উদযাপন কৰি শিক্ষা জগতলৈ যিমানেই আমোল পৰিৰ্ৱতন আনিব খুজিছে, তাত কিন্তু চৰকাৰী বিদ্যালয়সমূহত ক’ৰবাত নহয় ক’ৰবাত আজিও কেৰোণ দেখা পোৱা গৈছে৷ তিনিচুকীয়া জিলাৰ লেখাপানী প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত …

দিল্লীত মহম্মদ আৰ্শ্বাদ মাদানীয়ে কৰা মন্তব্যক লৈ তীব্ৰ বিৰোধিতা লেখাপানী মুছলিম সমাজৰ

মাৰ্ঘেৰিটাৰপৰা ৰবীন শৰ্ম্মা, ১৮ নৱেম্বৰ: অসমৰ ওপৰত সৰ্বভাৰতীয় জমিয়েট উলেমা হিন্দুৰ সভাপতি মহম্মদ আৰ্শ্বাদ মাদানীয়ে কৰা মন্তব্যক তীব্ৰ বিৰোধিতা কৰিছে লেখাপানী মুছলিম সমাজৰ মহম্মদ মিছাবাবৰ ভূঞায়ে৷ লগতে এই সন্দৰ্ভত আজি একোখনকৈ প্ৰতিলিপি প্ৰেৰণ কৰিছে আৰক্ষী অধিকাৰী উপায়ুক্তৰ লগতে লেখাপানী আৰক্ষীক৷ …