গোৱালপাৰা ছাটাবাৰিত বন্যহস্তীৰ কৰুন মৃত্যু, অঞ্চলজুৰি চাঞ্চল্য

গোৱালপাৰা, ১৬ নৱেম্বৰ: গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত বিস্তৃত অঞ্চল হাতীৰ তাণ্ডব অব্যাহত থকাৰ সময়তে আজি সংঘটিত হয় এক কৰুণ ঘটনা৷ জানিব পৰা মতে, আজি ৰংজুলি সংমণ্ডৰ ছাটাবাৰি গাঁৱৰ সমিপৰ খেতিপথাৰত এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। স্থানীয় লোকে …

পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গুৱাহাটীত মুকলি কৰিলে এয়াৰ এম্বুলেন্স সেৱা: ২০১৭

গুৱাহাটী, ১৬ নৱেম্বৰ: দেশৰ এয়াৰ এম্বুলেন্স সেৱা প্রদানকাৰী প্রতিষ্ঠান দিল্লীৰ ফ্লেপছা এভিয়েশন প্রাইভেট লিমিটেডে আজি ইয়াৰ ব্ৰেণ্ড বুক এয়াৰ এম্বুলেন্সৰ জৰিয়তে গুৱাহাটীৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে এয়াৰ এম্বুলেন্সৰ এক অভিলাসী সেৱা। আজি গুৱাহাটীৰ নেফি হাউচ প্রেক্ষাগৃহত আয়ােজন কৰা এক …

‘মাই গভ অসম’ৰ উদ্যোগত ‘আচাম অন টুইটাৰ’ শীৰ্ষক বিশেষ আলোচনা চক্ৰ

গুৱাহাটী, ১৬ নৱেম্বৰ: মাই গভ অসমৰ উদ্যোগত আজি জনতা ভৱনৰ সচিবালয়ৰ মুখ্যমন্ত্ৰী কনফাৰেঞ্চ হলত ‘আচাম অন টুইটাৰ’ শীৰ্ষক এক বিশেষ আলোচনা চক্ৰৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি টুইটাৰ ইণ্ডিয়াৰ জন আঁচনি আৰু চৰকাৰ বিভাগৰ মুৰব্বী শ্ৰীমতী মহিমা কৌলে বৰ্তমান …

শিমলুগুৰিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

শিমলুগুৰি, ১৬ নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত শিমলুগুৰি প্ৰেছ ক্লাবৰ সহযোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰে৷ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী শিমলুগুৰি ৰংগমঞ্চত অনুষ্ঠিত কৰা দিৱস উদযাপন সভাখনত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক কুমুদ শইকীয়াই৷ ৰাষ্ট্ৰীয় প্ৰেছ …

গুৱাহাটীত য়ুহা’ মোবাইলে মুকলি কৰিলে শেহতীয়া স্মার্টফোন

গুৱাহাটী, ১৬ নৱেম্বৰ: গুৰুগ্রাম, হাৰিয়ানাস্থিত চাইনিজ ম’বাইল ফোন কোম্পানীয়ে উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ অৱস্থিতি ঘোষণা কৰে বৃহস্পতিবাৰে। কোম্পানীটােৱে গুৱাহাটীৰ এখন হােটেলত বৃহস্পতিবাৰে ইয়াৰ শেহতীয়া এণ্ডইড স্মার্টফোন ৰেঞ্জ মুকলি কৰে। উন্মোচন সম্পর্কে মন্তব্য আগবঢ়াই, ৰাজীৱ তিৱাৰী, বিজিনেছ হেড, ডিট্ৰিবিউচন ছেলছ, য়ুহা’ ম’বাইলে …

অসমৰ চৌদিশে ‘এই মাটিতে’: গুৱাহাটীত বিশেষ দর্শনী

গুৱাহাটী, নৱেম্বৰ ১৬: বহু প্রশংসিত, বহু চৰ্চিত অসমীয়া চলচিত্র এই মাটিতেৰ বিশেষ দর্শনী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ঠাইত আয়োজিত হ’ব ধৰিছে। অঙ্গীকাৰ ফিল্মছৰ বেনাৰত নির্মিত প্ৰসিদ্ধ নাট্য ব্যক্তিত্ব তথা শিক্ষাবিদ ড° সীতা নাথ লহকৰৰ প্ৰথম ছবি ‘এই মাটিতে” যোৱা …

ৰাণীত হাতী মানুহৰ সংঘাতত প্ৰাণ গল এজনৰঃ উদ্ধাৰ হাতীৰ পোৱালি

মিৰ্জাৰ পৰা অজয় দাস, ১৬ নৱেম্বৰঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত। ৰাজ্যৰ বিভিন্ন স্থানত হাতী মানুহৰ সংঘাত দেখিবলৈ পোৱা যায় যদিও মহানগৰীৰ কাষৰীয়া অঞ্চল ৰাণীত হাতী মানুহৰ সংঘাত ভয়ংকৰ ৰূপ লবলৈ ধৰিছে। ৰাণীৰ পাহাৰীয়া বনাঞ্চলৰ পৰা …

আজিৰ পৰা কাৰ্যকৰী হ’ব নতুন জিএচটি

গুৱাহাটী, ১৫ নৱেম্বৰ: আজিৰ পৰা কমিল ৰেষ্টুৰেণ্টৰ জিএচটি৷ এতিয়াৰে পৰা এচি ৰেষ্টুৰেণ্টত খাবলৈ গ’লে আগতকৈ ৫ শতাংশ কম বিল দিলেই হ’ব আৰু নন এচি ৰেষ্টুৰেন্টৰ ক্ষেত্ৰত মাত্ৰ ১২ শতাংশ জিএচটি আদায় দিব লাগিব৷ ১০ নৱেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হোৱা ২৩ সংখ্যক …

অভয়াপুৰীত নাগালিমৰ বিৰুদ্ধে আমছুৰ অৱস্থান ধৰ্মঘট

অভয়াপুৰী, ১৫ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি এন(আই এম)ৰ লগত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ জৰিয়তে অসমৰ মাটি সামৰি বৃহত্তৰ নাগালিম গঠন কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰোধিতা কৰি সমগ্র ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ  উত্তৰ শালমাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আমছুৰ উত্তৰ …

সাপেখাতী আৰক্ষীৰ হাতত আটক দুধৰ্ষ আলফা(স্বাধীন)ৰ কেডাৰ

চৰাইদেউ, ১৫ নৱেম্বৰ: চৰাইদেউ জিলাৰ সাপেখাতীত কালি পুৱা গোপন সুত্ৰৰ পমখেদি আলফা(স্বাধীন)ৰ দুধৰ্ষ কেডাৰ দেৱজিৎ গগৈ ওৰফে পুতুল অসমক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ জানিব পৰামতে দীৰ্ঘদিন ধৰি উজনি অসমৰ তেল আৰু গেছ পৰিবাহী পাইপত বিস্ফোৰণৰ কূটাঘাত সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা …