উন্মোচিত হ’ল সদানন্দ গগৈৰ গল্প সংকলন ‘কাঞ্চন, পৰিক্ৰমা ইত্যাদি’
গুৱাহাটী, নৱেম্বৰ ১১: আজি দিছপুৰ প্ৰেছ ক্লাবত উন্মোচিত হ’ল গল্পকাৰ, বিশিষ্ট সাহিত্যিক সদানন্দ গগৈৰ গল্প, সংকলন ‘কাঞ্চন, পৰিক্ৰমা ইত্যাদি’। গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, তথা বিশিষ্ট সাহিত্যিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনক …