প্ৰাণনাশৰ ভাবুকিৰে উকা দলিলত চহী
মিৰ্জা, ২৯ অক্টোবৰঃ দক্ষিণ কামৰূপত দিন হাজিৰা কৰা শ্ৰমিকক প্ৰাণনাশৰ ভাবুকিৰে উকা দলিলত চহী লোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, দক্ষিণ কামৰূপৰ বঙৰা মাজপাৰাৰ নিবাসী তথা দিন হাজিৰা কৰা শ্ৰমিক দুৰ্গেশ্বৰ নাথক সহযোগী জন্মিজয়ে কথাৰ চলেৰে …