আজি কাতি বিহুঃ বিহু বুলি বহু ঠাইত নাই কোনো উৎসাহ
সংবাদ ৩৬৫ ডেস্ক, ১৮ অক্টোবৰঃ আজি কাতি বিহু৷ সকলো অপায় অমঙ্গল দূৰ কৰি শ্ৰীবৃদ্ধিৰ হোৱাৰ কামনাৰে সন্ধিয়া বিহু বুলি ঘৰৰ পদূলিত তথা ভৰালৰ সন্মুখত তুলসী ভেটি স্থাপন কৰি এগছি বন্তি প্রজ্বলন কৰিবলৈ প্ৰত্যেকজন অসমীয়া সাজু হৈছে৷ তুলসীৰ তলত বন্তি প্ৰজ্বলনেৰে …