বৰপেটা মেডিকেলত নৱজাতৰ মৃত্যুৰ উচিত তদন্তৰ দাবীঃ গুমাফুলবাৰীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
বৰপেটা, ৬ অক্টোবৰঃ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ৩০ঘণ্টাৰ ভিতৰত ১১টাকৈ শিশুৰ ৰহস্যজনক মৃত্যুৰ বাবে স্বাস্থ্য বিভাগৰ ব্যৰ্থতাক ধিক্কাৰ জনাই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গুমাফুলবাৰী আৰু …