কলাক্ষেত্ৰত আছাৰ কৰম পূজা পালন
গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চমুকৈ আছাৰ উদ্যোগত প্ৰথম বাৰ্ষিক কৰম পূজা উদযাপন কৰা হয়৷ পুৱা ৮ বজাত কৰম পূজা আৰু আছাৰ পতাকা উত্তোলনৰ পিছতেই শ্বহীদ তৰ্পনেৰে কৰম পূজাৰ কাৰ্যসূচীৰ মুকলি …