কলগাছিয়াত চাৰি চাইবাৰ অপৰাধী আটক
কলগাছিয়া, ৬ চেপ্তেম্বৰঃ চাইবাৰ ক্ৰাইমৰ লগত জড়িত থকা চাৰিজন যুৱক কলগাছিয়া আৰক্ষীয়ে আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, আৰক্ষীয়ে বৰপেটাৰ জনীয়া-সালেকুৰাৰ পৰা যুৱক কেইজনক আটক কৰে। আটকধীন যুৱক কেইজন ক্ৰমে হাসেম ৱাছিম খান(২৫), আবু ছুলেমান (২৬), মীৰ জুব্বাৰ হুছেইন (৩৩),আৰু আব্দুল …