ডেৰা প্ৰমুখ বাবা ৰাম ৰহিমক দোষী সাব্যস্ত চিবিআই আদালতৰ
অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৫ আগষ্টঃ সাধী উৎপীড়ন ঘটনাৰ সন্দৰ্ভত চিবিআই আদালতে ডেৰা প্ৰমুখ বাবা ৰাম ৰহিমক দোষী সাব্যস্ত কৰি আৰক্ষী জিন্মাত প্ৰেৰণ কৰে৷ অহা সোমবাৰে বাবা ৰাম ৰহিমৰ শাস্তিৰ নিৰ্দ্ধাৰণ কৰি ৰায়দান কৰিব৷ চিবিআই আদালতে বাবা ৰাম ৰহিমক দোষী …