শাক-পাচলিৰ মূল্যবৃদ্ধিত অতিষ্ঠ পূব মঙ্গলদৈবাসী
খাৰুপেটিয়া, ১৯ আগষ্টঃ দৰঙত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু শাক-পাচলিৰ অস্বাভাৱিক হাৰৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক৷ দৰঙৰ অন্যান্য স্থানৰ লগতে ধুলা, ফকিৰপাৰা, খাৰুপেটিয়াত খাদ্য-সামগ্ৰী আৰু শাক-পাচলিৰ অস্বাভাৱিক মূল্যবৃদ্ধিত সৰ্বসাধাৰণ লোকৰ জীৱন-ধাৰণত অসুবিধাৰ সৃষ্টি হৈছে৷ বিশেষকৈ অঞ্চল সমূহত কেবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ …