তিন তালাক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়
অনলাইন ডেস্ক সংবাদ ৩৬৫, ২২ আগষ্টঃ তিন তালাক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়দান কৰে৷ ন্যায়ালয়ে ছয়মাহলৈ তিন তালাক নিষিদ্ধ ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত আইন প্ৰণয়নৰ নিৰ্দেশ দিয়ে৷ ন্যায়ালয়ে তিন তালাকৰ আইন প্ৰণয়ন ক্ষেত্ৰত মুছলিম সংগঠন আৰু ছৰিয়া কানুন …