গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন
গুৱাহাটী, ১৯ আগষ্টঃ বিশ্ব আলোকচিত্ৰ দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগত আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কাকতিয়ে অনুষ্ঠানৰ উদ্বোধন কৰে৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ পাৰদৰ্শিতাৰ শলাগ লৈ আলোকচিত্ৰ অংকণৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীয়ে সুন্দৰ …