জনিয়া সমষ্টিত বিপদ সীমাৰ ওপৰেৰে বৈছে বেঁকী নৈৰ জলপৃষ্ঠঃ নিৰৱ জনপ্ৰতিনিধি-প্ৰশাসন
জনিয়া, ১৩ আগষ্টঃ বৰপেটাৰ পশ্চিমাঞ্চলেদি বৈ যোৱা বেঁকী নৈৰ জলপৃষ্ঠ উফন্দি উঠাত জনীয়া আৰু বাঘবৰ, দক্ষিণ অভয়াপুৰী আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ বিভিন্ন অঞ্চলত নতুনকৈ প্লাৱিত হৈছে শতাধিক গাওঁ। নৈ খনৰ বাঢ়নী পানীয়ে জনীয়াৰ সুতিৰাপাথাৰ, কাউৰঝাহী, ডাউকমাৰী, আমগুৰি, খাৰবাল্পী, উদমাৰী, শওপুৰ, …