সংবাদ মাধ্যম ফুটবলত শ্ৰেষ্ঠ বৈদ্যুতিক ক্ৰীড়া সাংবাদিক দল
হাইলাকান্দি, ৬ আগষ্টঃ অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছ’চিয়েছনে সদৌ অসম আন্তঃসংবাদ মাধ্যম ফুটবলত চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। হাইলাকান্দিত অনুষ্ঠিত মিডিয়া ফুটবলৰ ফাইনেলত ইলেকট্ৰনিক মিডিয়া স্পৰ্টছৰ জাৰ্ণেলিষ্ট দলে উদ্যোক্তা বাকছ দলক ৫-২ গ’লত পৰাস্ত কৰে। ফাইভ-এ-ছাইড ফুটবলৰ তিনিখন খেলত গুৱাহাটীৰ …