বগা হাতীত পৰিণত জলসিঞ্চন বিভাগৰ অভিলাষী আঁচনিঃ উত্তপ্ত ৰঙিয়া জলসিঞ্চন বিভাগৰ কাৰ্যালয়
ৰঙিয়া, ৩১ জুলাইঃ ৰঙিয়াৰ ১নং নকুলৰ জলসিঞ্চন আঁচনিখন বৰ্তমানলৈ কাৰ্যক্ষম নকৰাত স্থানীয় লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী জনতাই প্ৰথমে আঁচনিখনৰ পাম্প হাউচত তলা লগোৱাৰ পিছত মূল গেটত তলা ওলোমাই জলসিঞ্চন বিভাগ আৰু মন্ত্ৰী ৰঞ্জিত দত্তৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি …