বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস শিৰোমণি দলেৰঃ ৯১ ফুট দৈৰ্ঘ্যৰ তুলিকা প্ৰস্তুত
সোণাপুৰ, ২৯ জুলাইঃ বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে সোণাপুৰত ৯১ ফুট দৈৰ্ঘ্যৰ এখন চিত্ৰকলাৰ তুলিকা প্ৰস্তুত কৰি উলিয়াইছে যোৰাবাটৰ শিৰোমণি দলেয়ে৷ বিশ্বত ৩৭ ফুট দীঘল চিত্ৰকলাৰ তুলিকা আছে৷ শিৰোমণিয়ে এই অভিলেখ ভঙ্গ কৰি নতুন বিশ্ব অভিলেখ ৰচনা কৰাৰ লক্ষ্যৰে প্ৰায় …