বৰক্ষেত্ৰীৰ দৰংঙ্গিপাৰাত হস্তকলাৰ প্ৰশিক্ষণ
মুকালমুৱা, ২৭ জুলাইঃ নলবাৰীৰ বৰক্ষেত্ৰীৰ দৰংঙ্গিপাৰাত দুদিনীয়া কাৰ্য্যসূচীৰে হস্ত কলাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে৷ গুৱাহাটীৰ স্বেচ্ছাসেৱী সংস্থা আমিয়ে আয়োজন কৰা প্ৰশিক্ষণ শিবিৰত দৰংঙ্গিপাৰাৰ প্ৰায় শতাধিক যুৱতীয়ে অংশগ্ৰহণ কৰিছে৷ বিভিন্ন পেলনীয়া বস্তুৰ পৰা কিদৰে নতুন সামগ্ৰী প্ৰস্তুত কৰিব পাৰি, …