পানী আৰু অনাময় বিভাগৰ দ্বাৰা মুকলি স্বচ্ছাথন ১.০
গুৱাহাটী, ২১ আগষ্টঃ গুৱাহাটীস্থিত অসম পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত স্বচ্ছাথন ১.০ শীৰ্ষক স্বচ্ছতামূলক এক অভিযান মুকলি কৰা হয়৷ অসম চৰকাৰৰ পানী আৰু অনাময় বিভাগৰ পৃষ্ঠপোষকতাত আৰু অভিযান সঞ্চালকালয়, স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ উদ্যোগত আয়োজিত অভিযানটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিব ভিবি প্যাৰেলালে বন্তি …