স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত উপায়ুক্তৰ বৈঠক
গুৱাহাটী, ১৭ জুলাইঃ আগন্তক স্বাধীনতা দিৱস উদযাপন উপলক্ষে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া মুল ৰাজ্যিক অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটী আৱৰ্ত্ত ভৱনত কামৰূপ মহানগৰ জিলা উপায়ুক্ত ড° এম অংগমুথুৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা প্রশাসনৰ …