প্ৰধানমন্ত্ৰী হ’ব অনুপম খেৰ

অভিনেতাৰ পৰা নেতা হোৱাৰ উদাহৰণ বহুতো আছে, কিন্তু অভিনেতাৰ পৰা প্ৰথম বাৰলৈ প্ৰধানমন্ত্ৰী হ’বলৈ ওলাইছে অনুপম খেৰ। অতি সোনকালে প্ৰধানমন্ত্ৰীৰ ৰূপত দেখিবলৈ পোৱা যাব হিন্দী ছবি জগতৰ অভিনেতা অনুপম খেৰক। সকলো ঠিকে থাকে থাকিলে অহা বছৰ ডিচেম্বৰত অনুপম খেৰক প্ৰধানমন্ত্ৰীৰ …

ৰমজানৰ চেহেৰি এৰি দেশ ৰক্ষা কমাণ্ডেণ্ট ইকবলৰ

অনলাইন ডেস্ক সংবাদ ৩৬৫, ৬ জুনঃ জম্মু কাশ্মীৰৰ বান্দীপুৰাত সোমবাৰে পুৱতি নিশা চি আৰ পি এফৰ জোৱানৰ গুলিত চাৰিজনকৈ উগ্ৰপন্থী নিহত হয়। উগ্ৰপন্থী কেইজন বান্দীপুৰাস্থিত চি আৰ পি এফ কেম্পত আন্ধাৰৰ সুযোগ লৈ প্ৰৱেশ কৰিবলৈ লওঁতে চি আৰ পি এফ …

ৰঙিয়াত তিনি কুখ্যাত ডকাইত আটক

ৰঙিয়া, ৬ জুনঃ কামৰূপ, বাস্কাৰ বিভিন্ন প্ৰান্তত ডকাইতি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত ডকাইতৰ এটা দলক ৰঙিয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ পুৱতি নিশা এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে ডকাইত কেইটাক নিজ-নিজ বাসগৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷ ডকাইত …

এজাক বৰষুণতে জলমগ্ন বৰহাট

বৰহাট, ৬ জুনঃ চৰাইদেউ জিলাৰ ইতিহাসে পৰশা বৰহাট অঞ্চল এজাক বৰষুণতে  জলমগ্ন হৈ পৰে। বৰহাট বজাৰ, হাবি, গাওঁ আৰু লোহলীয়া গাঁৱত বৰষুণৰ পানী পথৰ ওপৰত জমা হৈ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে৷ অঞ্চলটোৰ পথৰ দাঁতিৰ নলা-নৰ্দমা তথা বাট-পথসমূহ স্থানীয় বাসিন্দাসকলে …

অমৃত গ্ৰুপৰ বিৰুদ্ধে কোম্পানীৰ ইনভেষ্টৰ ফ’ৰামৰ সাফল্য

গুৱাহাটী, ৬ জুনঃ অমৃত গ্ৰুপ অৱ কম্পেনিজ ইনভেষ্টৰ ফ’ৰাম (এজিওচিআইএফ) উত্তৰ-পূৰ্বাঞ্চল, ভাৰতবৰ্ষ নামৰ সংস্থাটোৱে অমৃত গ্ৰুপৰ মালিক পক্ষৰ লগত সুদীৰ্ঘ তিনি বছৰ যোৰা শীতল যুদ্ধ তথা অহিংস আন্দোলনৰ জৰিয়তে বুজাবুজিৰ দ্বাৰা সৰ্ম্পূণ আইনগত ভাবে মৰিগাঁওৰ বাঘজাপত থকা কোম্পানীৰ নিজা মাটি …

বিধ্বস্ত বৰহাট-বৰপথাৰ সংযোগী একমাত্ৰ কাঠৰ দলং

বৰহাট, ৬জুনঃ ঐতিহাসিক নাহৰ আলি সংযোগী প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘৰ বৰহাটৰ বৰপথাৰ পথৰ ওপৰত অৱস্থিত একমাত্ৰ কাঠৰ দলং খন মেৰামতিৰ অভাবত বৰ্তমান জহি খহি বিধ্বস্ত ৰূপ লৈছে। এই বিধ্বস্ত কাঠৰ দলং খনেৰে দৈনিক সহস্ৰাধিক ৰাইজে একমাত্ৰ কেন্দ্ৰস্থল বৰহাট প্ৰাথমিক স্বাস্থ্য …

মানাহ ভেলী বিকাশ মঞ্চৰ বৃক্ষৰোপন

মানিকপুৰ, ৫ জুনঃ বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বঙ্গাইগাঁওৰ মানাহ ভেলী বিকাশ মঞ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷  ভেলী বিকাশ মঞ্চৰ সম্পাদক তথা পৰিৱেশ কৰ্মী আৰফান আলিয়ে তিনিখন বিদ্যালয়ত গছপুলি ৰোপন কৰাৰ লগতে পাঁচ …

ডিআৰডিএ বৃক্ষৰোপন আঁচনি ৰূপায়নৰ নামত বৃহৎ কেলেংকাৰী

ৰঙিয়া, ৫ জুনঃ বিশ্ব পৰিবেশ দিৱসৰ দিনটোতে কামৰূপ জিলাৰ ডিআৰডিএ বৃক্ষৰোপন আঁচনি ৰূপায়নৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে, বিগত বৰ্ষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৃক্ষৰোপনৰ এখন অভিলাসী আঁচনি মুকলি কৰিছিল৷ কামৰূপ জিলাৰ ডিআৰডিএৰ অধীনস্থ ব্লকসমূহত এমজিএনৰেগাৰ জৰিয়তে …

লংকাত কৃতি শিক্ষাৰ্থীক সম্বর্ধনা

লংকা, ৫জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ কৃতি শিক্ষাৰ্থীক এক্সপাৰ্ট কম্পিউটাৰ নামৰ প্ৰতিষ্ঠানটোৱে সম্বর্ধনা জনায়৷ দুয়োটা পৰীক্ষাৰ ফলাফলত লংকাৰ বিভিন্নখন শিক্ষানুষ্ঠানৰ পৰা ডিষ্টিংছন লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২১ গৰাকী শিক্ষাৰ্থীক এক্সপাৰ্ট কম্পিউটাৰে একোখনকৈ …

এখন ঐতিহাসিক বজাৰ আৰু ইয়াৰ ৰূপ

বৰহাট, ৫ মেঃ চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বৰুৱাচালি মৌজাৰ বুৰঞ্জী প্ৰসিদ্ধ মোমাই তামুলী বৰবৰুৱাই গঢ়ি থৈ যোৱা এখন ঐতিহাসিক বজাৰ বৰহাট সাপ্তাহিক দেওবৰীয়া বজাৰ৷ অসম-অৰুণাচল সীমান্তৰ দাঁতি কাষৰীয়া অঞ্চলৰ অৰুণাচলী তথা অসম-নাগালেণ্ড সীমান্তৰ ব্যৱসায়ী সকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ স্থানীয় …