ৰঙিয়াত নিৰ্মান শ্ৰমিকৰ প্ৰতিবাদ

ৰঙিয়া, ৭ জুলাইঃ ৰঙিয়াৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে । শ্ৰমিক ইউনিয়নে বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজপথ উত্তাল কৰাৰ লগতে মুৰাৰাত থকা শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে । শ্ৰমিক ইউনিয়নৰ সদস্যসকলে চহৰৰ এন …

বানৰ কৱলত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি

তিতাবৰ, ৭ জুলাইঃ অসমৰ বিভিন্ন স্থানৰ লগতে তিতাবৰটো বানপানী ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বর্তমানৰ বিধায়ক তৰুণ গগৈৰ নিজ গৃহ সমষ্টি তিতাবৰৰ কেবাখনো গাওঁ প্ৰলয়কাৰী  বানৰ কৱলত। কাকডোঙা নদীৰ পানীয়ে বুৰাইছে জোনাকী মণ্ডল, বিলগাওঁ, নাওপেটাকে ধৰি তিতাবৰ  ৰাজহ …

সোণতলীত মহিলা সন্ধানহীনঃ নাৰী সৰবৰাহকাৰীক বিক্ৰীৰ সন্দেহ

সোণতলী, ৭ জুলাইঃ দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত সোণতলী আৰক্ষী চকীৰ অধীনস্থ মাহতলীৰ আবিদা বেগম নামৰ মহিলাগৰাকী ১৭ জুনৰ পৰা সন্ধানহীন হৈ আছে। ৰফিকুল ইছলামৰ পত্নী আবিদা বেগমে ১৭ জুনৰ নিশা প্ৰায় ২ মান বজাত ৰোজাৰ চেহেৰী পাক কৰিবলৈ উঠাৰ …

ৰেলৰ খুন্দাত হাতী নিহত

লখিমপুৰ, ৭ জুলাইঃ লখিমপুৰত ৰেলৰ খুন্দাত এটা বনৰীয়া হাতী নিহত হয়। লখিমপুৰৰ পথালিপাম বন বিভাগৰ কাৰ্যালয়ৰ সমীপত ৰেলৰ খুন্দাত হাতীটো নিহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, খাদ্যৰ সন্ধানত হাতীটো লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল। হাতীটো মুৰ্কংচেলেক-ডেকাগাওঁ অভিমুখী ৰেলৰ খুন্দাত …

বাঘবৰ- জনীয়াৰ শতাধিক গাওঁ প্ৰলয়কাৰী বানৰ কবলত

বাঘবৰ, ৭ জুলাইঃ ৰাজ্যত ঠাইয়ে- ঠাইয়ে বানে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে বৰপেটাৰ বাঘবৰ-জনীয়া সমষ্টিৰ প্ৰায় শতাধিক গাওঁ প্ৰলয়কাৰী  বানৰ কৱলত পৰিছে। ব্ৰহ্মপুত্ৰ ,বেঁকী নদীৰ বাঢ়নী পানীয়ে বুৰাইছে বাঘবৰ, কলগাছিয়া  ৰাজহ চক্ৰৰৰ শতাধিক গাওঁ। বাঘবৰ সমষ্টিৰ শিলোচী পাথাৰ, বালাজান, সেউৰাভিটা, …

বানাক্রান্তলৈ সাহায্য সামগ্রীকে ধৰি উদ্ধাৰ অভিযান ক্ষীপ্ৰ আৰু তৎপৰতাৰে গ্ৰহণৰ নির্দেশ মুখ্যমন্ত্রীৰ

গুৱাহাটী, ৬ জুলাইঃ ৰাজ্যখনৰ সাম্প্রতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বানাক্রান্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান সাহায্য সামগ্ৰী বিতৰণ, শিশু খাদ্য, পশু খাদ্য, ঔষধ পাতিকে ধৰি চিকিৎসা সেৱা তাৎক্ষণিক ভাবে প্ৰদান কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক জৰুৰী নির্দেশ প্রদান কৰিছে। জনতা ভৱনস্থিত …

ৰাজ্যজুৰি আমছুৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন

সংবাদ ৩৬৫, ৬ জুলাইঃ গোৱালপাৰা জিলাত আৰক্ষীৰ গুলিত নিহত হোৱা ইয়াকুব আলীৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকললৈ ৫ লাখ টকা প্ৰদানৰ দাবীত আজি ৰাজ্যজুৰি আমছুৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। আমছুৱে লগতে ইয়াকুব আলীৰ মৃত্যুৰ বাবে দায়ী …

ৰঙিয়াত আছুৰ প্ৰতিবাদঃৰেল ৰাজ্যিক মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ৰঙিয়া, ৬ জুলাইঃ ৰঙিয়া ৰেল সংমণ্ডল ডিআৰএম কাৰ্যালয়ত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰেল বিভাগত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত ১০০ শতাংশ থলুৱা নিযুক্তি, উত্তৰ পূৰ্বাঞ্চললৈ সুকীয়া ৰেল নিয়োগ মণ্ডল গঠন কৰাৰ দাবীত আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে, …

মুকালমুৱাৰ বেকাট্টাৰীত দ‘ খাৱৈত বাগৰিল এল্টো 

মুকালমুৱা, ৬ জুলাইঃ ঠিকাদাৰৰ মইমতালী তথা চূড়ান্ত গাফিলতিৰ ফলত বৰক্ষেত্ৰীত যাত্ৰীসহ  দ‘ খাৱৈত বাগৰিল এখন এল্টো৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰক্ষেত্ৰীৰ কাপলাবড়ীৰ পৰা সৰুক্ষেত্ৰীৰ কাঁহ-শিল্পী নগৰী সৰ্থেবাৰীলৈ যোৱা উক্ত পথচোৱাৰ বেকাট্টাৰীত দলং নিৰ্মানৰ কাম গড়কাপ্তানী বিভাগে অতি নিম্ন মানৰ ঠিকাদাৰৰ হতুৱাই …

প্ৰলয়ংকাৰী বানৰ কৱলত কাজিৰঙা আৰু পবিতৰাৰ বন্যপ্ৰাণী

সংবাদ ৩৬৫, ৬ জুলাইঃ প্ৰলয়ংকাৰী বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্যৰ বন্যপ্ৰাণী৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৮০ শতাংশ বানপানীত প্লাৱিত হোৱাৰ পৰিবৰ্তে পবিতৰা অভয়াৰণ্যৰ ৬৫ শতাংশ ভূমি পানীৰ তলত৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ভয়াবহ দুৰ্যোগত আতংকিত বন্যপ্ৰাণীয়ে …