হিমন্ত বিশ্ব শৰ্মাক তুলা-ধূনা একালৰ সতীৰ্থ বিধায়ক আব্দুল খালেকৰ
কলগাছিয়া, ১৪ মে’ : জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কলগাছিয়াৰ ৰাজীৱ ভৱনত আজি কংগ্ৰেছ বিধায়িনী দলৰ মূখপাত্ৰ তথা জনীয়াৰ বিধায়ক আব্দুল খালেকে সংবাদ মেল পাতি চৰকাৰৰ কৃষি বিভাগৰ অমনোযোগিতা আৰু অৱহেলাৰ বাবেই ইৰি ধানৰ পৰিৱৰ্তে পতান ওলাইছে বুলি অভিযোগ কৰি কৃষি …