বৰপেটাত গাঞ্জাসহ আটক ১
বৰপেটা, ৪ মেঃ বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত শিমলাগুৰিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ বৃহৎ পৰিমানৰ গাঞ্জা সহ এজন সৰবৰাহকাৰীক আটক কৰে বৰপেটা আৰক্ষীয়ে৷ বৰপেটা আৰক্ষীয়ে এছএছবিৰ সহযোগত এক গোপন সূত্রৰ পম খেদি চলোৱা অভিযানত উদ্ধাৰ হয় গাঞ্জাখিনি৷ ঘটনাৰ বিৱৰনী মতে ওদালগুৰীৰ …