তিনিবছৰ চৰকাৰী বেতন লাভ কৰি অৱসৰ লোৱা কৃতি শিক্ষক বঁটাপ্ৰাপক শিক্ষক
নলবাৰী, ২০ মেঃ মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে সুদীৰ্ঘ ৩৬ বছৰ শিক্ষকতাত নিয়োজিত তামুলপুৰৰ কৃতী শিক্ষক শ্ৰীপতি বৰাই অৱসৰ লয়৷ আৰ্থিক দৈন্যতাৰ বাবে হালৰ মুঠিত ধৰা এইগৰাকী কৃতী শিক্ষকে চাকৰি কালত মাত্ৰ তিনি বছৰ চৰকাৰী বেতন লাভ কৰি অৱসৰ লয়। শ্ৰীপতি …