গৰৈমাৰীত দুৰ্নীতি নিৰ্বাৰণৰ ছাডেন ভিজিট
সোণতলী, ৫ মেঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডত বিভিন্ন উন্নয়নমূলক কামৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে গুৱাহাটীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিৰ্বাৰণ শাখাই গৰৈমাৰীৰ বিভিন্ন অঞ্চলত ছাডেন ভিজিট কৰে ৷ গৰৈমাৰী উন্নয়ন খণ্ডত বিভিন্ন সময়ত উত্থাপিত দুৰ্নীতিৰ বিৰুদ্ধে স্বেচ্চাসেৱী সংগঠন …