অভয়াৰণ্যত জনবিক্ষোভৰ সম্মুখীন প্ৰমিলা
গুৱাহাটী, ১০ এপ্ৰিল – বছৰৰ প্ৰথমতো গছপুলি ৰোপন কাৰ্যসূচীত জনবিক্ষোভৰ সম্মুখীন হ’ল বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম। খানাপাৰা বন সংমণ্ডলৰ অন্তৰ্গত আমচাং অভয়াৰণ্যত আজি বন বিভাগে আয়োজন কৰা গছপুলি ৰোপন কাৰ্যসূচীত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় বাসিন্দাই। আমচাং অভয়াৰণ্যত দিনক …