Rahul Gandhi : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লোকসভাৰ সাংসদ পদ ঘূৰাই পালে

নিউজ ডেস্ক, ৭ আগষ্ট, ২০২৩ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লোকসভাৰ সাংসদ পদ পুনৰ ঘূৰি আহিল। ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিয়াৰ বাবে অধিসূচনাও জাৰি কৰা হৈছে। মোদী উপাধিক (Modi Surname) লৈ কৰা মন্তব্যৰ পিছতে মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড বিহা …

Manipur Violence : কুকি পিপলছ এলায়েন্সৰ এন বীৰেণ সিঙৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত

নিউজ ডেস্ক, ৬ আগষ্ট, ২০২৩ : হিংসা জৰ্জৰিত মণিপুৰৰ পৰা আহিছে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ। মণিপুৰৰ এন ডি এ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত কুকি সম্প্ৰদায়ৰ। কুকি পিপলছ এলায়েন্সৰ এন বীৰেণ সিঙৰ (N Biren Singh) চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ …

Amrit Railway Station : প্ৰধানমন্ত্ৰীৰ দ্বাৰা অমৃত ভাৰত ষ্টেশ্যন আঁচনিৰ অধীনত ৫০৮ টা ষ্টেশ্যনৰ আধুনিকীকৰণৰ আধাৰশিলা স্থাপন

গুৱাহাটী, ৬ আগষ্ট, ২০২৩ : ৰে’ল আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) সমগ্ৰ দেশতে অমৃত ভাৰত আঁচনিৰ অধীনত ৫০৮ টা ৰে’লৱে ষ্টেশ্যনৰ পুনৰ্বিকাশৰ বাবে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে। এই আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় ৰে’ল, যোগাযোগ, ইলেক্ট্ৰনিকছ …

ATM Robbery : এটিএম লুটিব আহি ধৰা পৰিল চাৰিজনকৈ দুৰ্ধৰ্ষ এটিএম চোৰ

পলাশবাৰী, ৫ আগষ্ট, ২০২৩ : এটিএম লুটিব আহি ধৰা পৰিল চাৰিজনকৈ দুৰ্ধৰ্ষ এটিএম চোৰ (Four ATM Robber Caught)। পাঞ্জাৱ নেশ্যনেল বেংকৰ এটিএম লুটিব আহিছিল চাৰিজনীয়া দুৰ্ধৰ্ষ এটিএম চোৰৰ দলটো। ধৃত দুৰ্ধৰ্ষ এটিএম চোৰ কেইজন দিল্লীৰ চুলতানপুৰৰ। পাঞ্জাৱ নেশ্যনেল বেংকৰ আৰ্মচ …

Manipur Violence : মণিপুৰত পুনৰ হিংসাত্মক ঘটনাত তিনিজনৰ মৃত্যু

নিউজ ডেস্ক, ৫ আগষ্ট, ২০২৩ : এতিয়াও অশান্ত হৈ আছে মণিপুৰ। হিংসাত্মক ঘটনা অব্যাহত আছে মণিপুৰত। দুই সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা সংঘর্ষত প্ৰাণ হেৰুৱাইছে দুয়োটা সম্প্ৰদায়ৰ বহু লোক। কেইবা শতাধিক লোক আহত হোৱাৰ লগতে গৃহহীন হৈছে হাজাৰ হাজাৰ লোক। শুকুৰবাৰে …

Rahul Gandhi Deformation Case : মোদী উপাধিৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পালে ৰাহুল গান্ধীয়ে

নিউজ ডেস্ক, ৪ আগষ্ট, ২০২৩ : মোদী উপাধিৰ গোচৰত (Modi Surname Case) শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মোদী উপাধিৰ গোচৰত উচ্চতম ন্যায়ালয়ে ৰায়দান প্ৰদান কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শাস্তি স্থগিত ৰাখিছে। ন্যায়াধীশ বি …

Wild Elephant Killed : মহানগৰীৰ সমীপৱৰ্তী ৰাণীত বিদ্যুৎপৃষ্ঠ হৈ তিনিটাকৈ বনৰীয়া হাতীৰ মৃত্যু

গুৱাহাটী, ৪ আগষ্ট, ২০২৩ : বিদ্যুৎৰ তাঁৰত লাগি পুনৰ তিনিটাকৈবনৰীয়া হাতীৰ কৰুণ মৃত্যু (Three Wild Elephant Killed)। এইবাৰ মহানগৰী গুৱাহাটীৰ সমীপৱৰ্তী ৰাণীত সংঘটিত হৈছে এই কৰুণ ঘটনা। কিছুদিন পূৰ্বে নগাঁৱত দুটা আৰু কাজিৰঙাত এটা বনৰীয়া হাতী বিদ্যুৎৰ তাঁৰত লাগি কৰুণ …

Witch Hunting Act : ডাইনী প্ৰথাৰ বিৰুদ্ধে চৰকাৰৰ পৰা উচ্চ ন্যায়ালয়ে উত্তৰ বিচৰা কাৰ্যক আদৰণি জনাইছে ড০ দিব্যজ্যোতি শইকীয়াই

নিউজ ডেস্ক, ৩ আগষ্ট, ২০২৩ : ৰাজ্যত ডাইনীৰ নামত অত্যাচাৰ ৰোধ কৰাৰ বাবে ঝাড়খণ্ড চৰকাৰে (Jharkhand Government) গ্ৰহণ কৰা পদক্ষেপৰ বিশদ প্ৰতিবেদন আদালতত দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সঞ্জয় কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ আনন্দ …

NF Railway : ছাইৰাঙৰ পৰা হবিচুয়ালৈ নতুন ৰেলপথৰ বাবে চূড়ান্ত স্থান জৰীপৰ অনুমোদন

গুৱাহাটী, ০২ আগষ্ট, ২০২৩ : ছাইৰাঙৰ পৰা হবিচুয়ালৈ নতুন ৰে’লপথৰ (New Railway Tack) বাবে চূড়ান্ত স্থান জৰীপৰ অনুমোদন। এই অনুমোদনে এক্ট ইষ্ট নীতিক গুৰুত্বপূৰ্ণ উৎসাহ প্ৰদান কৰিব। এক্ট ইষ্ট নীতিৰ অংশ হিচাপে, ভাৰতীয় ৰে’লৱেই মিজোৰামৰ ম্যানমাৰ সীমান্তক ৰে’লযোগে সংযোগ কৰাৰ …

One Arrested While Taking Bribe : এইবাৰ ৫ হাজাৰ টকা লৈ জালত পৰিল বঙাইগাঁও পৰিবহণ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক

বঙাইগাঁও, ১ আগষ্ট, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ এইবাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পৰিবহণ বিভাগৰ বিষয়া (Government Employee Attested)। ৫ …