Two Lat Mandal Arrested : দুৰ্নীতিৰে ধন ঘটিবলৈ গৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত দুই লাট মণ্ডল

গুৱাহটী, ১৪ জুন, ২০২৩ : উৎকোচ লৈ পুনৰ দুজন চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত ( Two govt employee arrested)। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰিল চৰকাৰী কৰ্মচাৰী দুজন। উৎকোচ লৈ এইবাৰ হাত দাঙিলে দুজনকৈ লাট মণ্ডলে। মাটিৰ কাম …

CBI Investigate Joonami Rabha Case : জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিলে চিবিআইয়ে

গুৱাহাটী, ১৪ জুন, ২০২৩ : অৱশেষত দায়িত্ব গ্ৰহণ কৰিবলৈ আগুৱাই আহিল চিবিআই। জোনমণি ৰাভাৰ মৃত্যুৰ (Joonmani Rabha Death Case) গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিলে চিবিআইয়ে। ১২ জুনত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙ নতুন দিল্লীস্থিত চিবিআইৰ কাৰ্যালয়ত জোনমণি ৰাভাৰ …

Assam Jatiya Parishad : জোলোঙাৰ মেকুৰী ওলাই যোৱাৰ ভয়ত পাইপ পোতা পুৰণি বিষয়া-অভিযন্তাক জৱাবদিহী কৰাৰ বিৰোধিতা কৰিছে মুখ্যমন্ত্ৰীয়ে : অসম জাতীয় পৰিষদ

গুৱাহাটী, ১৪ জুন, ২০২৩ : “নিজৰ দক্ষতাৰ ওপৰত অগাধ বিশ্বাস থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma) হঠাতে ৰাইজৰ ভাগ্য অদৃশ্যৰ হাতলৈ ঠেলি দিলে কিয়?” এই প্ৰশ্ন অসম জাতীয় পৰিষদৰ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ …

Morigaon Marriage Ceremony : কইনা অবিহনে ৰভাস্থলীৰ পৰা বিদায় ল’লে দৰাই

মৰিগাঁও, ১৩ জুন, ২০২৩ : কইনা নিবলৈ আহিছিল দৰা। কইনা নিবলৈ আহি দৰাই দাবী কৰিলে পালচাৰ বাইক (Dowry Demand)। কইনা ঘৰৰ লোকৰ ৰোষত পৰিল দৰা ঘৰৰ লোক। দৰাক আৱদ্ধ কৰি জবাবদিহি কৰিলে কইনা ঘৰৰ লোকে। অৱশেষত কইনা অবিহনে ৰভাস্থলীৰ পৰা …

Maligaon Flyover Accident : নিৰ্মীয়মান উৰণীয়া সেঁতুৰ প্ৰকাণ্ড লোহাৰ চাটাৰিং শ্লেব খহি আহত দুজন

গুৱাহাটী, ১৩ জুন, ২০২৩ : এইবাৰ মালিগাঁৱত দুর্ঘটনা। মালিগাঁৱৰ নিৰ্মীয়মান উৰণীয়া সেঁতু তলত সংঘটিত হৈছে এই দুর্ঘটনা। নিৰ্মীয়মান উৰণীয়া সেঁতুৰ পৰা প্ৰকাণ্ড লোহাৰ চাটাৰিং শ্লেব এটা খহি আহত হয় দুজনকৈ লোক (Two injured)। লোকৰ চাটাৰিং শ্লেব এজন লোকৰ বাহনৰ ওপৰত …

Jonali Nath Murder : জোনালী নাথৰ হাচানুৰ ইছলামৰ লগত আছিল অবৈধ প্ৰেম

গোৱালপাৰা, ১২ জুন, ২০২৩ : অৱশেষত পোহৰলৈ আহিল বিজেপি নেত্ৰী জোনালী নাথৰ মৃত্যুৰ ৰহস্য। অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতি জোনালী নাথৰ মৃত্যু (Jonali Nath murder due to Illegal affair)। জোনালী নাথৰ হাচানুৰ ইছলামৰ লগত আছিল অবৈধ প্ৰেম। হাচানুৰ ইছলামৰ লগত কাজিয়াৰ …

Assam Jatiya Parishad : জাইকা-লুই বাৰ্জাৰ কেলেংকাৰীয়ে কলুষিত কৰা গুৱাহাটীৰ পানী যোগান প্ৰকল্প নিৰ্মাণৰ ন্যায়িক আৰু কাৰিকৰী তদন্তৰ দাবী জাতীয় পৰিষদৰ

গুৱাহাটী, ১২ জুন ২০২৩ : পানী যোগানৰ পাইপ ফাটি (Water pipe blast) গুৱাহাটীত সোমবাৰে দুপৰীয়া পুনৰ জলপ্ৰলয়ৰ সৃষ্টি হোৱা ঘটনাত গভীৰ উদ্বিগ্নতা ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে হাজাৰৰো অধিক …

Zoo Road Water Pipe Blast : এইবাৰ জু-ৰোডত বিস্ফোৰণ পানীৰ পাইপ

গুৱাহাটী, ১২ জুন, ২০২৩ : জল ৱৰ্ডৰ কামৰ নমুনা! এইবাৰ জু-ৰোডত বিস্ফোৰণ পানীৰ পাইপ (Water pipe blast in zoo road area)। পানীৰ পাইপ বিস্ফোৰণৰ ফলত জলমগ্ন হৈ পৰে সমগ্ৰ অঞ্চল। কেইবাখনো বাহনৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি সাধন। বহু লোকৰ …

BJP Leader Killed : গোৱালপাৰাত বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা

গোৱালপাৰা, ১২ জুন, ২০২৩ : শাসকীয় বিজেপি দলৰ নেত্ৰীক হত্যা (BJP leader body found)। গোৱালপাৰাত বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা কৰি ৰাজপথত পেলাই দিলে দুৰ্বৃত্তই। দেওবাৰে নিশা উদ্ধাৰ হয় বিজেপি নেত্ৰী গৰাকীৰ মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। গোৱালপাৰাত সংঘটিত হৈছে …

Four Arrested : পথাৰত এৰি দিয়া গৰু হত্যা কৰি হৰিণাৰ মাংস বুলি বিক্ৰী

কোকৰাঝাৰ, ১১ জুন, ২০২৩ : হৰিণাৰ মাংস বুলি গৰুৰ মাংস বিক্ৰী (Killing Cow)। পথাৰত এৰি দিয়া গৰু হত্যা কৰি হৰিণাৰ মাংস বুলি বিক্ৰী। এই জঘন্য কাণ্ডৰ লগত জড়িত চাৰিজন আটক। দীর্ঘদিন ধৰি চাৰিজনে হৰিণাৰ মাংস বুলি গৰুৰ মাংস বিক্ৰী কৰি …