Food Poisoning : চালানী মাছ খাই বিষক্ৰিয়াত আক্রান্ত হোৱা এগৰাকী মহিলাৰ মৃত্যু
গোৱালপাৰা, ১২ মে’ : চালানী মাছ খাই বিষক্ৰিয়াত আক্রান্ত হোৱা এগৰাকী মহিলাৰ মৃত্যু (One Lady died)। আদ্যশ্ৰাদ্ধত চালানী মাছ খাই বিষক্ৰিয়াত আক্রান্ত হৈছিল বহু লোক। চালানী মাছ খাই বিষক্ৰিয়াত আক্রান্ত হোৱা সকলৰ ভিতৰত ৰেনুবালা এ চাংমা নামৰ এগৰাকী মহিলাৰ নিশা …