হাতীগাঁও আৰক্ষীৰ পিছত ভগদত্তপুৰ আৰক্ষীৰ সাফল্য
গুৱাহাটী : শুকুৰবাৰে হাতীগাঁও আৰক্ষীৰ সাফল্যৰ পিছত শনিবাৰে ভগদত্তপুৰ আৰক্ষীয়ে লাভ কৰিলে সাফল্য। ভগদত্তপুৰ আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত দুই বন্ধু-বান্ধৱীক আটক কৰিলে। নিজ ঘৰতে দুয়ো কাৰ্যালয় পাতি মুকলিকৈ চলাই আছিল ড্ৰাগছৰ বেহা। মহানগৰীৰ হাতীগাঁৱৰ …