অতিৰিক্ত টায়াৰ আৰু মিউজিক চিষ্টেমৰ পৰা ওলাল ৭ কোটিৰ ড্ৰাগছ

কমলপুৰ : টাটা ডিআই ভেনত তালাচী চলাই জব্দ বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। বাহনখনৰ অতিৰিক্ত টায়াৰ, মিউজিক চিষ্টেমৰ ইস্পিকাৰ আৰু চিটৰ তলৰ পৰা ওলাল ৭ কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। কামৰূপ আৰক্ষীয়ে লাভ কৰিছে এই বৃহৎ সাফল্য। বাহনখনৰ চালকজনৰ …

মানকাচৰত ঈদ-উল-আজহা উদযাপনকলৈ ব্যাপক প্ৰস্তুতি

মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰত ঈদ-উল-আজহা উদযাপনকলৈ ব্যাপক প্ৰস্তুতি। মিৰজুমালাৰ ঐতিহাসিক ঈদগাহ মৈদানত পুৱা ৮ বজাত অনুষ্ঠিত হ’ব ঈদ-উল-আজহাৰ নামাজ। ১০ সহস্ৰাধিক লোকে একেলগে আদায় কৰিব ঈদ-উল-আজহাৰ নামাজ। ঈদ-উল-আজহাৰ নামাজৰ পিছতে ঘৰে ঘৰে হ’ব কোৰবাণী। দেওবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ …

পৰ্যবেক্ষণ গৃহৰ পৰা পলায়ন পাঁচ গৰাকী ৰোহিংগীয়া শিশুৰ

শিলচৰ : শিলচৰত চাঞ্চল্যকৰ।ঘটনা। পৰ্যবেক্ষণ গৃহৰ পৰা পলায়ন পাঁচ গৰাকী ৰোহিংগীয়া শিশুৰ। শিলচৰৰ এটা পৰ্যবেক্ষণ গৃহৰ দেৱাল ভাঙি দুই স্থানীয় শিশুসহ পাঁচ গৰাকী ৰোহিংগীয়া শিশু পলায়ন কৰিছে। শিলচৰ আৰক্ষীয়ে শিশুসহ ২৬ গৰাকী ৰোহিংগীয়া নাগৰিকক আটক কৰিছিল। কাছাৰ জিলাৰ শিলচৰৰ মেহেৰপুৰৰ …

দক্ষিণগাঁৱত ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত এজন শ্ৰমিক

গুৱাহাটী : দক্ষিণগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰিল ব’লেৰ পিক আপ বাহন। নিহত এজন শ্ৰমিক, আহত দুর্ঘটনাগ্ৰস্ত বাহনখনৰ চালক। স্থানীয় ৰাইজ আৰু ভগদত্তপুৰ আৰক্ষীয়ে তৎপৰতাৰে আহত চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পথছোৱাত লাইট নথকাৰ বাবেই এই …

সুৰক্ষিত খোৱা পানীৰ সুবিধা নিশ্চিত কৰিবলৈ কাছাৰত পৰিশোধন ইউনিট স্থাপন

শিলচৰ : অসমত হোৱা প্ৰলয়নকাৰী বানপানীৰ ফলত ২৪ খন জিলাৰ ১,৩৪৪ খন গাঁৱৰ ৩,৯৩,৭৫৮ টা শিশু আৰু ৪,৬৯,৬০০ গৰাকী মহিলাসহ প্ৰায় ১.৩ নিযুত লোক ক্ষতিগ্ৰস্ত হৈছে।ইউনিচেফে নিজৰ সাহায্য ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু প্ৰভাৱিত শিশু তথা তেওঁলোকৰ পৰিয়ালৰ তাৎক্ষণিক প্ৰয়োজনীয়তাসমূহ পূৰণ …

৯ টাকৈ হাতীৰ দাঁতসহ বন বিভাগে আটক কৰিলে দুজনক

গুৱাহাটী : বন বিভাগৰ সফল অভিযান। ৯ টাকৈ হাতীৰ দাঁতসহ বন বিভাগে আটক কৰিলে দুজনক। বন বিভাগৰ জালত পৰা লোক দুজন মেঘালয়ৰ। বন বিভাগে ধৃত লোক দুজনক আৰক্ষীক গতাই দিয়ে। অধিক তথ্যৰ বাবে বন বিভাগৰ তদন্ত অন্যায় আছে। ৰাজ্যত মাৰাত্মক …

মানকাচৰত দেশী জনগোষ্ঠীয় মঞ্চৰ আনন্দ উল্লাস

মানকাচৰ : অসম চৰকাৰৰ কেবিনেটত পাঁচ জনগোষ্ঠীক খিলঞ্জীয়াৰ স্বীকৃতি দিয়াক লৈ মানকাচৰত অব্যাহত আছে দেশী জনগোষ্ঠীৰ আনন্দ উল্লাস। বৃহৎ ৰেলী, নৃত্যৰ লগতে ফটকা ফুটাই চৰকাৰক কৃতজ্ঞতা জ্ঞাপন দেশী জনগোষ্ঠীৰ। ‘ডি’ ভোটাৰ, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকে ধৰি দেশী জনগোষ্ঠীৰ সকলো প্ৰকাৰৰ সমস্যা …

নলবাৰীৰ বানপীড়িত ৰাইজৰ কাষত লুৰিণজ্যোতি গগৈ

আজিজ আলী মুকালমুৱা : নলবাৰীৰ বানপীড়িত ৰাইজৰ কাষত লুৰিণজ্যোতি গগৈ। নলবাৰী জিলাৰ বৰভাগত বানপীড়িত ৰাইজৰ কাষত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। বৰভাগত কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰিলে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। নলবাৰী জিলাৰ বৰভাগত বৃহস্পতিবাৰে অসম জাতীয় …

বন বিভাগৰ মূৰৰ কামোৰণী কুখ্যাত গঁড় চিকাৰী বন বিভাগৰ জালত

জোনমণি বেগম বিশ্বনাথ : বন বিভাগৰ মূৰৰ কামোৰণী বন বিভাগৰ জালত। বিশ্বনাথ জিলা বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ অভিযানত গ্ৰেপ্তাৰ হ’ল বন বিভাগৰ মূৰৰ কামোৰণী। কুখ্যাত গঁড় চিকাৰী ৰচিদুল হক ওৰফে মেৰু ওৰফে বাবু বন বিভাগৰ জালত। বন বিভাগৰ অভিযানত …

বানপীড়িত সকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিল ব্লেক টাইগাৰ চিমেণ্ট

গুৱাহাটী : ৰাজ্যৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ব্লেক টাইগাৰ চিমেণ্টে শেহতীয়াকৈ বৰাক উপত্যকা আৰু নগাঁও জিলাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল সমূহত বান সাহায্য শিবিৰ আৰম্ভ কৰিছে। উল্লেখ্য যে অসমৰ বান পৰিস্থিতি এতিয়াও ভয়াবহ হৈ আছে আৰু ৩৫ খন জিলাৰ ভিতৰত …