সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন

গুৱাহাটী : সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত অনুব্রত সমিতি, গুৱাহাটী আৰু মিছন পীচৰ সহযোগত এক ব্যতিক্ৰমী আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন কৰা হয়। বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজৰ মাজত ড্ৰাগছৰ …

১৩৬ বেটেলিয়ান চিআৰপিএফ বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ

আজিজ আলী নলবাৰী : ১৩৬ বেটেলিয়ান চিআৰপিএফ বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ। নলবাৰীৰ সৰিয়হতলীত ১৩৬ নং বেটেলিয়ানৰ চিআৰপিএফ বাহিনীৰ বানাক্ৰান্তৰ বাবে বিশাল বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন। নলবাৰীৰ যুৱ চামক চিআৰপিএফ বাহিনীত যোগদান কৰিবলৈ আহ্বান জনায় মহানিৰীক্ষক জয়দেৱ কেছৰিয়ে। ৰাজ্যৰ কেইবাখনো জিলা বানৰ …

নগাঁৱত পুনৰ জ্বলিল ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ

নগাঁও : নগাঁৱত ড্ৰাগছ বিনষ্টিকৰণ কাৰ্যসূচী। নগাঁৱত পুনৰ জ্বলিল ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ। নগাঁও জিলাৰ বিভিন্ন থানাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰা ড্ৰাগছ সমূহ জ্বলাই বিনষ্ট কৰা হয়। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে আৰক্ষীৰ ড্ৰাগছ বিনষ্টিকৰণ কাৰ্যসূচী। …

শিক্ষাবিদ মনোজ কুমাৰ মহন্তই গাঁঠিৰ ধন ভাঙি প্ৰদান কৰিলে বান সাহায্য

আজিজ আলী মুকালমুৱা : শিক্ষাবিদ মনোজ কুমাৰ মহন্তই গাঁঠিৰ ধন ভাঙি প্ৰদান কৰিলে বান সাহায্য। বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ মনোজ কুমাৰ মহন্তই নিজৰ গাঁঠিৰ ধন ভাঙি বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বৰক্ষেত্ৰী সমষ্টিৰ ৰাইজক ক্ষতিপুনৰ …

বিশ্বনাথত সুৰাৰ ৰাগীত মাতাল পুত্ৰই হত্যা কৰিলে পিতৃক

বিশ্বনাথ : বিশ্বনাথত ভয়ংকৰ ঘটনা। বিশ্বনাথত পুত্ৰই হত্যা কৰিলে পিতৃক। সুৰাৰ ৰাগীত মাতাল পুত্ৰই অতি নৃশংসভাৱে হত্যা কৰিলে পিতৃক। বিশ্বনাথৰ তৰাজুলিত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা। হত্যাকাৰী পুত্ৰক আটক কৰিছে আৰক্ষীয়ে। বিশ্বনাথ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী তৰাজুলিৰ এখন ভিতৰুৱা অঞ্চল …

মৰিয়নীত স্বামী-স্ত্ৰী আৰু কন্যাক অতি নৃশংসভাৱে হত্যা

মৰিয়নী : মৰিয়নীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। স্বামী-স্ত্ৰী আৰু কন্যাক অতি নৃশংসভাৱে হত্যা কৰা হৈছে মৰিয়নীত। অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ তিনিওৰে মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। যোৰহাট জিলাৰ মৰিয়নীত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। একেটা পৰিয়ালৰ তিনিজনক অতি নৃশংসভাৱে …

অসম তথা উত্তৰ-পূবৰ সামগ্ৰী ৰপ্তানিৰ বাবে এপিইডিএৰ উদ্যেগত গুৱাহাটীত সন্মিলন

গুৱাহাটী : অসম তথা উত্তৰ-পূবৰ জৈৱিক কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ এক পৰিৱেশ তথা পথ সুগম কৰাৰ উদ্দেশ্যে কৃষি আৰু সংশোধিত খাদ্য সামগ্রী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ চমুকৈ এপিইডিএৰ উদ্যেগত মহানগৰীত অনুষ্ঠিত কৰা হয় এক সন্মিলন। অসম তথা উত্তৰ-পূৰ্ব্বৰ উৎপাদিত জৈৱিক কৃষিজাত সামগ্ৰীসমূহ …

ভয়াবহ গৰাখহনীয়াৰ কবলত বিশ্বনাথৰ কেইবাখনো গাঁও

জোনমণি বেগম বিশ্বনাথ : ভয়াবহ গৰাখহনীয়াৰ কবলত বিশ্বনাথৰ কেইবাখনো গাঁও। আজি পৰ্যন্ত কাজিৰঙা ষষ্ঠ সংযোজনাৰ সঠিক সীমা নিৰ্ধাৰণ নোহোৱা বাবে ক্ষোভ স্থানীয় ৰাইজৰ। বিপদত বিশ্বনাথ আৰু চতিয়া মৌজাৰ ধৰ্মীয় সংখ্যালঘূ বসতি প্ৰধান বহু অঞ্চল। বিশ্বনাথ জিলাৰ দক্ষিণ পাৰৰ সংখ্যালঘূ বসতি …

শিৱসাগৰত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ মানৱ শৃংখল কাৰ্যসূচী

আমিনুৰ ৰহমান শিৱসাগৰ : শিৱসাগৰত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ মানৱ শৃংখল কাৰ্যসূচী। মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে শিৱসাগৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে আকাশ-বতাহ উত্তাল …

শাক-পাচলিৰ বেগৰ পৰা ওলাল ৭ কোটি টকাৰ হে’ৰইন

বোকাজান : অসম-নাগালেণ্ড সীমান্তত আৰক্ষী আৰু সেনাৰ ড্ৰাগছ বিৰোধী অভিযান। খাটখটী আৰক্ষী আৰু সেনাই যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে ৭ কোটি টকা মূল্যৰ হে’ৰইন। শাক-পাচলিৰ বেগৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ হে’ৰইনখিনি। হে’ৰইনখিনি সৰবৰাহৰ লগত জড়িত পিতা-পুত্ৰক গ্ৰেপ্তাৰ। আৰক্ষীয়ে ড্ৰাগছ …