বৰপেটাৰ ভেল্লাত এখন প্ৰাথমিক বিদ্যালয়ত অগ্নিকাণ্ড
বৰপেটা : বৰপেটাৰ ভেল্লাত এখন প্ৰাথমিক বিদ্যালয়ত অগ্নিকাণ্ড। প্ৰাথমিক বিদ্যালয়খনত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ। অগ্নিকাণ্ডত প্ৰাথমিক বিদ্যালয়খনৰ বহু নথ-পত্ৰ ভস্মীভূত। গুণোৎসৱৰ মাজতে প্ৰাথমিক বিদ্যালয়খনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। গুণোৎসৱৰ মাজতে বৰপেটা জিলাৰ ভেল্লাত এখন বিদ্যালয়ত …